মানকাচৰত সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰ ৰাখী বন্ধন উৎসৱ
মানকাচৰ : মানকাচৰত সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰ ৰাখী বন্ধন উৎসৱ। দেশৰ নিৰাপত্তাৰ বাবে ঘৰৰ পৰা বাহিৰত থাকি সীমান্তৰ প্ৰহৰী হিচাপে কাম কৰা চাৰি বি এছ এফ কেম্পৰ জোৱানক সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰ সদস্য সকলে পিন্ধালে ৰাখী। ভগ্নীক আজীৱন সুৰক্ষা প্ৰদানৰ …