যোৰাবাটত পুনৰ জব্দ এখন গৰু ভৰ্তি ট্ৰাক

যোৰাবাট : যোৰাবাটত পুনৰ জব্দ এখন গৰু ভৰ্তি ট্ৰাক। ট্ৰাকখনৰ পৰা উদ্ধাৰ ১৩ টাকৈ গৰু। গৰু কেইটা মেঘালয়লৈ নিয়াৰ পথত যোৰাবাট আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি ট্ৰাকখন। ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনক গ্ৰেপ্তাৰ। গো ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰ কঠোৰ হোৱাৰ পিছতো …

শীঘ্ৰে নিৰ্ণায়িত হ’ব মহানগৰৰ প্ৰকৃত বাছ আস্থানসমূহ

গুৱাহাটী : পথ সুৰক্ষা তথা পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বিভিন্ন দিশ পৰ্যালোচনাৰ বাবে সোমবাৰে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত পথ দুৰ্ঘটনা ৰোধৰ বাবে …

বৰক্ষেত্ৰী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

আজিজ আলী মুকালমুৱা : বৰক্ষেত্ৰী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন। ২৮ ফেব্ৰুৱাৰীত সমগ্ৰ দেশতে পালন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। মুকালমুৱাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়তো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন হয়। বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। ৰাষ্ট্ৰীয় বিজ্ঞান …

পৌৰ সভা নিৰ্বাচনকলৈ বিশ্বনাথত বিজেপিৰ প্ৰচাৰ অভিযান

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ পৌৰ সভা নিজৰ দখলত আনিবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে। ইতিমধ্যে বিশ্বনাথ চাৰিআলি পৌৰসভাৰ ১২ টা ৱাৰ্ডৰ ভিতৰত তিনিটা ৱাৰ্ড বিনা প্ৰতিদ্বন্দ্বীতাৰে ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিবলৈ সক্ষম হৈছে। বাকি থকা ৯ …

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল ২০ লক্ষাধিক টকাৰ সম্পত্তি

বকো : বকোত নিশা বিধ্বংসী অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় চাৰিখনকৈ দোকান। দোকান চাৰিখনৰ প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়। দেওবাৰে নিশাৰ ভাগত কামৰূপ জিলাৰ বকোৰ ছমৰীয়াত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। ছমৰীয়া বাছ আস্থানত …

ঐতিহাসিক শিৱ দ’লত চাৰিদীনিয়া কাৰ্যসূচীৰে আৰম্ভ মহা শিৱৰাত্ৰী মেলাৰ

আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক শিৱসাগৰ : শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লত সোমবাৰৰ পৰা চাৰিদীনিয়া কাৰ্যসূচীৰে আৰম্ভ মহা শিৱৰাত্ৰী মেলাৰ। ঐতিহাসিক শিৱ দ’লত আৰম্ভ হৈছে মহাদেৱ আৰু পাৰ্ৱতীৰ মহামিলনৰ পূজা মহা শিৱৰাত্ৰী। আহোম স্বৰ্গদেউ সকলৰ ৰাজত্ব কালত ১৭৩৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱ …

ঐতিহাসিক দীঘলীপুখুৰীত মৃতদেহ উদ্ধাৰ হোৱাকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ

গুৱাহাটী : মহানগৰীৰ মাজ মজিয়াত থকা ঐতিহাসিক দীঘলীপুখুৰীত উদ্ধাৰ হৈছে এটা মৃতদেহ। ঐতিহাসিক দীঘলীপুখুৰীত মৃতদেহ উদ্ধাৰ হোৱাকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মৃতদেহটো এজন পুৰুষৰ বুলি জানিব পৰা গৈছে। সোমবাৰে পুৱাৰ ভাগতে মহানগৰীৰ মাজ মজিয়াত থকা ঐতিহাসিক দীঘলীপুখুৰীত উদ্ধাৰ হয় এটা …

পুৰবী ডেইৰীয়ে সপ্তাহজোৰা বৈজ্ঞানিক মৌপালন প্ৰশিক্ষণ কাৰ্যসূচী

গুৱাহাটী : আনুষঙ্গিক কাৰ্যকলাপৰ জৰিয়তে দুগ্ধ খেতিয়কৰ উপাৰ্জন বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে, ৰাষ্ট্ৰীয় মৌ-মাখি পৰিষদৰ সহযোগত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে ৰাষ্ট্ৰীয় মৌপালন আৰু মৌ অভিযানৰ মিনি মিছন ১ ৰ অধীনত এক বৈজ্ঞানিক মৌপালন প্ৰশিক্ষণ কাৰ্যসূচীৰ পৃষ্ঠপোষকতা কৰে। পুৰবী ডেইৰী নামেৰে …

পথ দুর্ঘটনাক কেন্দ্ৰ কৰি টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ

চামগুৰি : চামগুৰিত ভয়ংকৰ পথ দুর্ঘটনা। এখন মটৰ চাইকেল আৰু মাৰুটি কাৰৰ মাজত হোৱা সংঘর্ষত এজন নিহত। পথ দুর্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই ৰাইজৰ পথ অৱৰোধ। নগাঁও জিলাৰ চামগুৰিৰ আমবাগানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। …

গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন। 

গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পুৰণি বিল্ডিংৰ দ্বিতীয় মহলাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। মহিলা গৰাকীৰ সন্তান চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। দ্বিতীয় স্বামীয়ে মহিলা গৰাকীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে মহিলা গৰাকীৰ মাতৃয়ে।  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত …