আৰক্ষীয়ে আটক কৰিলে আম আদমি পাৰ্টীৰ প্ৰতিবাদকাৰী সকলক
গুৱাহাটী : গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদী কাৰ্যসূচী। গণেশগুৰিৰ পেট্ৰ’ল পাম্পৰ সন্মুখত আম আদমি পাৰ্টীৰ প্ৰতিবাদী কাৰ্যসূচী। পৰিৱেশ উত্তাল হৈ পৰাত আৰক্ষীৰ বাধা প্ৰদান। অৱশেষত আৰক্ষীয়ে আটক কৰে আম আদমি পাৰ্টীৰ প্ৰতিবাদকাৰী সকলক। বৃহস্পতিবাৰে পুৱাৰ ভাগত গণেশগুৰিস্থিত পেট্ৰ’ল পাম্পৰ সন্মুখত …