ছবিজগতত এইবাৰ “চিকাৰ” কৰিব জুবিন গাৰ্গে
গুৱাহাটী : ৰঙালী বিহুৰ প্ৰাকক্ষণত বুধবাৰে মহানগৰীৰ জু ৰোডৰ গুৱাহাটী চেণ্ট্ৰেল’ত নতুন অসমীয়া চলচ্চিত্ৰ “চিকাৰ”ৰ নাম ঘোষণা তথা পোষ্টাৰ মুকলি কৰা হয়। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে মুকলি কৰে নতুন অসমীয়া ছবিখনৰ প্ৰথম পোষ্টাৰ। বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ …