অৱশেষত অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিলে মাৰোৱাৰী যুৱ মঞ্চই
গুৱাহাটী : অৱশেষত অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিলে মাৰোৱাৰী যুৱ মঞ্চই। বহু কাৰ্যসূচীত হনুমান জয়ন্তীৰ শোভাযাত্ৰা অন্তৰভুক্ত কৰিছিল মাৰোৱাৰী যুৱ মঞ্চই। ইয়াকে কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। মাৰোৱাৰী যুৱ মঞ্চৰ বিহু কাৰ্যসূচীকলৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মাৰোৱাৰী …