কুমাৰপাৰাত গুৱাহাটীৰ প্ৰথম “চাট কা চাস্কা” আউটলেট উদ্বোধন
গুৱাহাটী : কুমাৰপাৰাত গুৱাহাটীৰ প্ৰথম “চাট কা চাস্কা” আউটলেট উদ্বোধন। সমগ্ৰ দেশত ১৫০ খনতকৈও অধিক বিপনীৰ মাধ্যমৰে সুস্বাদু ফ্লেভাৰৰ সৈতে লাখ লাখ লোকৰ হৃদয়ত স্থান দখল কৰা ‘চাট কা চাস্কা’ৰ সোমবাৰে গুৱাহাটীত ইয়াৰ প্ৰথমখন আউটলেট মুকলি কৰা হয়। গুৱাহাটীৰ কুমাৰপাৰা …