বিশ্বনাথত উপস্থিত অসম আৰক্ষীৰ ‘ৰাইড অফ প্ৰাইড’ টিম
বিশ্বনাথ : বিশ্বনাথত উপস্থিত অসম আৰক্ষীৰ ‘ৰাইড অফ প্ৰাইড’ টিম। বিশ্বনাথত উপস্থিত হোৱা অসম আৰক্ষীৰ ‘ৰাইড অফ প্ৰাইড’ টিমক উষ্ম আদৰণি। ৰাইজক হেলমেট পৰিধান কৰি মটৰ চাইকেল চলাবলৈ আহবান আনন্দ মিশ্ৰৰ। বুধবাৰে বিশ্বনাথ জিলাত প্ৰৱেশ কৰে আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ …