শিৱসাগৰ আৰক্ষীৰ অভিযানত আটক চাৰিজনকৈ জুৱাৰী
আমিনুৰ ৰহমানৰ সহযোগত প্ৰীতী পাৰিক শিৱসাগৰ : জুৱা খেলৰ বিৰুদ্ধে শিৱসাগৰত পুনৰ আৰক্ষী অভিযান। শিৱসাগৰত বৃহৎ জুৱা খেলৰ ঘাটি উৎসাত কৰিলে আৰক্ষীয়ে। এজন লোকৰ ঘৰত চলি আছিল জুৱা খেল। চাৰিজনকৈ জুৱাৰীক আটক কৰে আৰক্ষীয়ে। জুৱা খেলৰ বহু সামগ্ৰী উদ্ধাৰ কৰে …