ধর্ষণ কৰি ৰাজপথত পেলাই গ’ল ১৫ বছৰীয়া নাবালিকাক

গৰৈমাৰী : পুনৰ এক জঘন্য ধর্ষণকাণ্ড। পুনৰ ধর্ষণৰ বলি হ’ল এগৰাকী নাবালিকা। ধর্ষণ কৰি ৰাজপথত পেলাই গ’ল ১৫ বছৰীয়া নাবালিকাক। স্থানীয় ৰাইজে কিশোৰী গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নাবালিকা গৰাকী গণ ধৰ্ষণৰ বলি হোৱাৰ সন্দেহ।  অপৰাধীৰ বিৰোধী অসম আৰক্ষী …

আৰপিটেক ইণ্ডিয়াৰ “প্লেটিনাম সন্মান” প্রদান

গুৱাহাটী : আৰপিটেক ইণ্ডিয়াই (এটি বিলিয়ন ডলাৰ কোম্পানী বিছবি এন্টাৰপ্রাইজ) উত্তৰ পূৰ্বাঞ্চলৰ সহযোগী পাৰ্টনাৰ সকলক প্লেটিনাম সন্মানেৰে সন্মানিত কৰে। এক সুদীর্ঘ সময় ধৰি আৰপিটেক ইণ্ডিয়াক আগবঢ়োৱা বিশেষ সহযোগিতাৰ বাবে কোম্পানীটোৰ উত্তৰ পূৰ্বাঞ্চল সহযোগী পাৰ্টানাৰ সকলক “পার্টনাৰ চার্টিফিকেশন প্রগ্রেম (পিচিপি)” সন্মান …

পিক আপ ভেনৰ খুন্দাত যাত্ৰীসহ টেম্পু পৰিল পুখুৰীত

মানকাচৰ : মানকাচৰত ভয়ংকৰ পথ দুর্ঘটনা। পিক আপ ভেনৰ খুন্দাত যাত্ৰীসহ টেম্পু পৰিল পুখুৰীত। স্থানীয় ৰাইজৰ পুখুৰীৰ পৰা উদ্ধাৰ কৰে টেম্পুখনৰ যাত্ৰী সকলক। টেম্পুখনত থকা ৯ জনকৈ যাত্ৰী আহত। সংকটজনক অৱস্থাত দুজনক চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ। শুকুৰবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ …

ধর্ষণ আৰু হত্যাৰ অভিযুক্ত কালু মুণ্ডাক যাৱতজীৱন কাৰাদণ্ড

গোৱালপাৰা : ধর্ষণ আৰু হত্যাৰ অভিযুক্ত কালু মুণ্ডাক যাৱতজীৱন কাৰাদণ্ড। চাৰি বছৰ পিছত ন্যায় পালে কালু মুণ্ডাই ধর্ষণ কৰি হত্যা কৰা নাবালিকা গৰাকীৰ পৰিয়ালে। আদলতৰ ৰায়দানত আত্মসন্তোষ্টি ভুক্তভোগী পৰিয়ালটোৰ। গোৱালপাৰা আদালতে শুকুৰবাৰে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰে। কালু মুণ্ডা নামৰ …

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুষ্প্ৰাপ্য সোণালী বান্দৰৰ

বঙাইগাঁও : বঙাইগাঁৱত শোকাবহ ঘটনা। বঙাইগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুষ্প্ৰাপ্য সোণালী বান্দৰৰ। বন বিভাগৰ লোকে মৃত সোণালী বান্দটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বঙাইগাঁও জিলাৰ চিটকাগাঁৱত এক শোকাবহ ঘটনা সংঘটিত হৈছে। চিটকাগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰিছে এটা …

বিস্কুট বিক্ৰী কৰিবলৈ আহি গ্ৰেপ্তাৰ হ’ল আব্দুল কাদিৰ

ৰঙিয়া : ৰঙিয়া আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। বিস্কুট বিক্ৰী কৰিবলৈ অহা আব্দুল কাদিৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ৰঙিয়া আৰক্ষীয়ে। ধৃত আব্দুল কাদিৰ নামৰ যুৱকজন শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই এক বৃহৎ …

গোৱালপাৰাত বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ

গোৱালপাৰা : গোৱালপাৰাত বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ। গোৱালপাৰাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ। বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাকে বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আছে। ৰাইজ ওলাই আহিছে বন বিভাগৰ …

বিশ্বনাথত পশু চিকিৎসা বিভাগে নিধন কৰিলে ৭০ টাকৈ গাহৰি

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ। পশু চিকিৎসা বিভাগে নিধন কৰিলে ৭০ টাকৈ গাহৰি। বিশ্বনাথত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ পশু চিকিৎসা বিভাগে নিধন কৰিলে ৭০ টাকৈ গাহৰি। নিধন কৰা গাহৰি সমূহৰ ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা …

জেচিআই গুৱাহাটী এচিভাৰে আয়োজন কৰিছে “জেচিআই কৰোবাৰ নেক্সট ২.০”

গুৱাহাটী : জেচিআই গুৱাহাটী এচিভাৰে আয়োজন কৰিছে “জেচিআই কৰোবাৰ নেক্সট ২.০”। বিভিন্ন সামাজিক কাৰ্যকলাপৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰা যুৱ আৰু উদ্যোগীসকলৰ বিশ্বৰ অন্যতম বৃহৎ সংগঠন হৈছে জুনিয়ৰ চেম্বাৰ ইণ্টাৰনেচনেল চমুকৈ জেচিআই। জেচিআই গুৱাহাটী এচিভাৰ্ছ হৈছে গুৱাহাটীৰ এক সক্ৰিয় চেপ্টাৰ, য’ত …

নৰনাৰায়ণ সেঁতুৰ ওপৰত বাহন ৰখাই চেল্ফি উঠি থকা সময়ত অঘটন

যোগীঘোপা : যোগীঘোপাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। নৰনাৰায়ণ সেঁতুৰ ওপৰত বাহন ৰখাই চেল্ফি উঠি থকা সময়তে সংঘটিত হৈছে এক অঘটন। চেল্ফি উঠি থকা সময়ত তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত আহত ৫ জনকৈ লোক। বুধবাৰে দুপৰীয়াৰ ভাগত যোগীঘোপাত নৰনাৰায়ণ সেঁতুৰ ওপৰত …