গৰু ধোৱাবলৈ গৈ বিশ্বনাথত এজন যুৱকৰ মৃত্যু
জোনমণি বেগম বিশ্বনাথ : গৰু বিহুৰ দিনাই বিশ্বনাথত অঘটন। গৰু ধোৱাবলৈ গৈ বিশ্বনাথত এজন যুৱকৰ মৃত্যু। অজলাসুঁতি নৈত গৰু ধোৱাবলৈ গৈ সলিল সমাধি ঘটে নিতুল শইকীয়া নামৰ এজন যুৱকৰ। আজি গৰু বিহু। ৰাজ্যজুৰি গৰু বিহু উপলক্ষে উখল মাখল পৰিৱেশ। গো-দেৱতাৰ …