১৬ আৰু ১৭ এপ্ৰিলত পূৰ্বোত্তৰ প্ৰদেশীয়া মাৰৱাড়ী যুৱ মঞ্চৰ উদ্যোগত ৰঙালী বিহুৰ আয়োজন
গুৱাহাটী : পদূলিমুখত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। চৌদিশে এতিয়া কেৱল ঢোল-পেঁপা-গগনাৰ শব্দত ৰজনজনাই উঠিছে ৰাজ্যৰ আকাশ-বতাহ। ৰঙালী বিহু উদযাপনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে প্রস্তুতি তুংগত উঠাৰ সময়তে পূৰ্বোত্তৰ প্ৰদেশীয়া মাৰৱাড়ী যুৱ মঞ্চ চমুকৈ পিপিএমৱাইএমে অহা ১৬ আৰু ১৭ এপ্ৰিলত …