হয়বৰগাঁৱৰ ডকাইতিকাণ্ডৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ
নগাঁও : হয়বৰগাঁৱৰ ডকাইতিকাণ্ডৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ। নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ চাঞ্চল্যকৰ ডকাইতিৰকাণ্ডৰ লগত জড়িত এজনক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম ৰাজহুৱা কৰা নাই। নগাঁও চহৰৰ মাজমজিয়া হায়বৰগাঁৱত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতিকাণ্ডৰ তদন্ত …