বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল ২০ লক্ষাধিক টকাৰ সম্পত্তি
বকো : বকোত নিশা বিধ্বংসী অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় চাৰিখনকৈ দোকান। দোকান চাৰিখনৰ প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়। দেওবাৰে নিশাৰ ভাগত কামৰূপ জিলাৰ বকোৰ ছমৰীয়াত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। ছমৰীয়া বাছ আস্থানত …