নগাঁওবাসীয়ে দাহ কৰিলে মুখ্যমন্ত্ৰী আৰু আৰক্ষী অধীক্ষকৰ পুত্তোলিকা
নগাঁও : ক্ষোভত জ্বলিছে নগাঁওবাসী। ক্ষোভিত নগাঁওবাসীয়ে দাহ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ পুত্তোলিকা। কীৰ্তি কমল বৰা নামৰ এজন প্ৰাক্তন ছাত্ৰ নেতা নগাঁও আৰক্ষীৰ গুলীত আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি উত্তাল হৈ আছে নগাঁও। …