নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ মৃত্যু
আজিজ আলী মুকালমুৱা : নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ মৃত্যু।বিভিন্ন দল-সংগঠনৰ লগতে অসম গণ পৰিষদৰ শোক প্ৰকাশ।নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ আকস্মিক মৃত্যুৱে সমগ্ৰ জিলাখনত শোকৰ ছাঁ পেলাইছে। হৃদৰোগত আক্ৰান্ত হৈ শুকুৰবাৰৰ নিশা প্ৰায় দহ বজাত আকস্মিকভাৱে মৃত্যুৰ মুখত …