২ লাখ ৭৬ হাজাৰ টকাৰ জাল নোটসহ এজন গ্ৰেপ্তাৰ

কালগাছিয়া : ২ লাখ ৭৬ হাজাৰ টকাৰ জাল নোটসহ এজন গ্ৰেপ্তাৰ। এখন চাহৰ দোকানত আৰক্ষীয়ে অভিযান চলাই জাল নোটসহ গ্ৰেপ্তাৰ কৰে জাল নোটৰ ব্যৱসায়ীজনক। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান। বৰপেটা জিলাৰ কলগাছিয়াৰ শওপুৰত জাল নোটসহ ইন্তাজ আলী নামৰ এজন …

পথ দুৰ্ঘটনাৰ পিছত পোহৰলৈ আহিল চাঞ্চল্যকৰ তথ্য

আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক শিৱসাগৰ : শিৱসাগৰত পুৱতি নিশা সংঘটিত হৈছিল এক পথ দুর্ঘটনা। এখন ট্ৰাক আৰু কন্টেইনাৰ মাজত হোৱা সংঘৰ্ষৰ পিছত পোহৰলৈ আহিল চাঞ্চল্যকৰ তথ্য। দুর্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ পৰা উদ্ধাৰ সুৰা আৰু কন্টেইনাৰখনৰ ভিতৰত আছিল গৰু। পুৱতি নিশা শিৱসাগৰৰ …

এইবাৰ অপৰাধীক লক্ষ্য কৰি ধুবুৰী আৰক্ষীৰ গুলী চালনা

ধুবুৰী : এইবাৰ অপৰাধীক লক্ষ্য কৰি ধুবুৰী আৰক্ষীৰ গুলী চালনা। ধুবুৰী আৰক্ষীৰ গুলী লাগি অহাত এজন অপৰাধী। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে অপৰাধীজনৰ ভৰিত লক্ষ্য কৰি গুলী চালনা কৰে। গুলীবিদ্ধ অপৰাধীজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যত প্ৰতিদিনে সংঘটিত …

দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত ১ লাখ ৫৯ হাজাৰ ৬৩২ জন লোক

নিউজ ডেস্ক : দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত ১ লাখ ৫৯ হাজাৰ ৬৩২ জন লোক। মৃত্যুৰ মুখত পৰিছে ৩২৭ জন ক’ভিড ৰোগী। ইফালে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্রন দ্ৰুত গতিত সংক্ৰমিত হৈ আছে দেশত। ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্রনত আক্রান্ত …

৮ বছৰীয়া কন্যাক ধর্ষণ কৰাৰ অভিযোগ ৫৮ বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে

ৰূপহীহাট : ৰাজ্যত পুনৰ এগৰাকী ৮ বছৰীয়া কন্যাক ধর্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এজন বৃদ্ধৰ বিৰুদ্ধে। ৮ বছৰীয়া কন্যাক ধর্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এজন ৫৮ বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰূপহীহাটত। ৰূপহীহাটত মানৱ সমাজক লজ্জানত …

নিমাতীঘাটৰ ফেৰী দুর্ঘটনাত প্রাণ হেৰুওৱা নিকটাত্মীয়ক নিযুক্তি পত্র প্রদান মুখ্যমন্ত্রীৰ

গুৱাহাটী : শনিবাৰে জনতা ভৱস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাগৃহত আয়ােজিত এক অনুষ্টুপীয়া অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিমাহীঘাটৰ ফেৰী দুৰ্ঘটনাত প্রাণ হেৰুওৱা দুগৰাকী ব্যক্তিৰ নিকটাত্মীয়ক আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্রদান কৰে। উল্লেখযােগ্য যে ২০২১ চনৰ ৮ ছেপ্টেম্বৰত নিমাতীঘাটত দুর্ঘটনাত পতিত হােৱা …

বৰক্ষেত্ৰী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

আজিজ আলী মুকালমুৱা : বৰক্ষেত্ৰী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। বিদ্যালয়খনৰ ২৪ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে উলিওৱা হয় এই সাংস্কৃতিক শোভাযাত্ৰা। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলো অংশগ্ৰহণ কৰে।  শনিবাৰে বৰক্ষেত্ৰী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এক বৰ্ণাঢ্য সাংস্কৃতিক …

মাঘবিহু উদযাপন বাবে শিথিলতাৰ আহ্বান বিধায়ক অখিল গগৈৰ

আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক শিৱসাগৰ : শেহতীয়া ক’ভিড পৰিস্থিতিকলৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিছে নতুন এছ অ’ পি। ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন এছ অ’ পি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। মাঘবিহু উদযাপন বাবে শিথিলতাৰ আহ্বান জনাইছে …

পলাশগুৰিত আৰক্ষী আৰু বেচৰকাৰী সন্থাৰ যৌথ অভিযানত চাৰিটা গৰু জব্দ

কিশোৰ মিশ্ৰা কোকৰাঝাৰ : পলাশগুৰিত আৰক্ষী আৰু বেচৰকাৰী সন্থাৰ যৌথ অভিযানত চাৰিটা গৰু জব্দ। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত দুই নম্বৰ পলাশগুৰি গাঁৱত আৰক্ষী আৰু এটা বেচৰকাৰী সন্থাই অভিযান চলাই বহিঃৰাজ্যৰ পৰা অবৈধভাৱে অসমত প্ৰৱেশ কৰা চাৰিটা …

জুৰীয়াত বৃহৎ পৰিমাণৰ হে’ৰনসহ এজন আৰক্ষীৰ জালত

ৰূপহীহাট : জুৰীয়াত নগাঁও আৰক্ষী আৰু জুৰীয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। গ্ৰাহকৰ ৰূপত নগাঁও আৰু জুৰীয়া আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী বিৰোধী অভিযান। বৃহৎ পৰিমাণৰ হে’ৰইনসহ আৰক্ষীৰ জালত পৰিল এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। শুকুৰবাৰে নিশাৰ ভাগত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ …