বিশ্বনাথ আৰক্ষীৰ গুলীত অহাত এজন ড্ৰাগছ মাফিয়া
জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ আৰক্ষীৰ গুলী চালনা। বিশ্বনাথ আৰক্ষীৰ গুলীত অহাত এজন ড্ৰাগছ মাফিয়া। গুলীবিদ্ধ হ’ল বিশ্বনাথৰ বালিপুখুৰীৰ সুজল ভূঞা ওৰফে শিৱা ভূঞা নামৰ ড্ৰাগছ মাফিয়া। বিশ্বনাথ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ মাফিয়াজনক। শুকুৰবাৰে সন্ধিয়াৰ ভাগত …