বিশ্বনাথত এজন লোকৰ ঘৰৰ পৰা ১৭ টাকৈ ছাগলী চুৰি

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথত পুৱতি নিশা চাঞ্চল্যকৰ চুৰিকাণ্ড। এজন লোকৰ ঘৰৰ পৰা পুৱতি নিশা চোৰে লৈ গ’ল ১৭ টাকৈ ছাগলী। ছাগলী চুৰি ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল। চুৰি হোৱা ১৭ টা ছাগলীৰ মূল্য লক্ষাধিক টকা হ’ব। ভোগালী বিহুৰ প্ৰাকক্ষণত …

এজন ১৩ বছৰীয়া শিশুসহ অসমত দুজন লোক আক্রান্ত অ’মিক্ৰনত

গুৱাহাটী : অৱশেষত অসমত ধৰা পৰিল ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰন। এজন ১৩ বছৰীয়া শিশুসহ অসমত দুজন লোক আক্রান্ত হৈছে অ’মিক্ৰনত। সোণাপুৰৰ এজন ১৩ বছৰীয়া শিশু আৰু হোজাইৰ এজন লোক আক্রান্ত হৈছে অ’মিক্ৰনত। ৰাজ্যত পুনৰ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। ক’ভিডত …

চৰকাৰী বিষয়াক উৎকোচ দিবলৈ আহি গ্ৰেপ্তাৰ এজন

গোৱালপাৰা : চৰকাৰী বিষয়াক উৎকোচ দিবলৈ আহি গ্ৰেপ্তাৰ হ’ল এজন। আফিং খেতিৰ উচ্ছেদ অভিযান বন্ধ কৰাৰ বাবে উৎকোচ দিবলৈ আহি ৰঙাঘৰৰ আলহী হ’ল চন্দ্ৰ শেখৰ ত্ৰিপাঠী নামৰ এজন লোক। চক্ৰ বিষয়াক ১ লাখ ৯৮ হাজাৰ টকা উৎকোচ দিবলৈ আহিছিল চন্দ্ৰ …

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ‘সজাগ ভোটাৰ ফুটবল প্ৰতিযোগিতা’

আমিনগাঁও : কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ‘সজাগ ভোটাৰ ফুটবল প্ৰতিযোগিতা’। ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে সমাগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি নিৰ্বাচন বিভাগে গ্ৰহণ কৰা ‘সজাগ ভোটাৰ প্ৰতিযোগিতা’ৰ অংশ হিচাপে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত এখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা …

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বাৰ্ষিক যুৱ মহোৎসৱৰ অন্তিম দিন

আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক শিৱসাগৰ : শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বাৰ্ষিক যুৱ মহোৎসৱৰ অন্তিম দিন। ছোৱালী মহাবিদ্যালয়খনৰ বাৰ্ষিক যুৱ মহোৎসৱৰ অন্তিম দিনা পুৱাই মহাবিদ্যালয়খনৰ গেটৰ সন্মুখৰ পৰা উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। মহাবিদ্যালয়খনৰ সকলো ছাত্ৰীয়ে মুখত মাস্ক পৰিধান কৰি …

আৰক্ষীৰ গুলীৰ পৰা ৰক্ষা পৰিল ৰঙিয়াৰ কুখ্যাত ড্ৰাগছ মাফিয়া

ৰঙিয়া : ৰঙিয়াৰ কুখ্যাত ড্ৰাগছ মাফিয়াৰ ঘৰত নিশা ৰঙিয়া আৰক্ষীৰ অভিযান। আৰক্ষীৰ উমান পাই ড্ৰাগছ মাফিয়াজনৰ পলায়নৰ চেষ্টা। আৰক্ষীয়ে ড্ৰাগছ মাফিয়াজনক লক্ষ্য কৰি গুলী চালনা কৰাৰ পিছতো পলায়ন কৰিবলৈ সক্ষম ড্ৰাগছ মাফিয়াজন। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ড্ৰাগছ মাফিয়াজনৰ ভগ্নীক আটক কৰে …

বিশ্বনাথত আঠ লাখ টকা মূল্যৰ কাঠসহ জব্দ এখন ট্ৰাক

জোনমণি বেমগ বিশ্বনাথ : বিশ্বনাথত আঠ লাখ টকা মূল্যৰ কাঠসহ জব্দ এখন ট্ৰাক। বিশ্বনাথ সদৰ আৰক্ষী থনাৰ অভিযানত জব্দ হয় কাঠ ভৰ্তি ট্ৰাকখন। বিশ্বনাথ আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালকসহ তিনিজন লোকক।  বিশ্বনাথ সদৰ আৰক্ষী থানাৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত …

আজাৰাত ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা

গুৱাহাটী : আজাৰাত ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰীজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সোমবাৰে আইএছবিটিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীজনক। আৰক্ষীৰ গুলীত পুনৰ আহত হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী। সোমবাৰে নিশা …

উৎকোচ লৈ হাতে লোতে গ্ৰেপ্তাৰ অসম সচিবালয়ৰ মহিলা কৰ্মচাৰী

গুৱাহাটী : উৎকোচ লৈ হাতে লোতে গ্ৰেপ্তাৰ অসম সচিবালয়ৰ মহিলা কৰ্মচাৰী। ৪ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে লোতে ধৰা পৰে অসম সচিবালয়ৰ মহিলা কৰ্মচাৰী গৰাকী। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে মহিলা কৰ্মচাৰী গৰাকীক। অসম সচিবালয়ৰ এগৰাকী মহিলা …

বন কৰ্মীৰ ওপৰত চোৰাং মাছ মৰীয়াৰ দলবদ্ধ আক্ৰমণ

ৰূপহীহাট : বন কৰ্মীৰ ওপৰত চোৰাং মাছ মৰীয়াৰ দলবদ্ধ আক্ৰমণ। চোৰাং মাছ মৰীয়াৰ দলবদ্ধ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছে এজন বন কর্মী। আহত বন কর্মীজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নগাঁও জিলাৰ লাওঁখোৱা অভয়াৰণ্যত এজন বন কৰ্মীৰ ওপৰত দলবদ্ধ আক্ৰমণ চলায় চোৰাং …