বিশ্বনাথত ভোগালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি
জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথত ভোগালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি। ভোগালী বিহুলৈ মাজত মাথোঁ কেইটিমান দিন বাকী, ৰাজ্যবাসী এতিয়া ব্যস্ত হৈ পৰিছে হেঁপাহৰ ভোগালীক আদৰিবলৈ। গাঁৱে ভূঞে চহৰে নগৰে এতিয়া ৰাইজে ভোগালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। বিশ্বনাথবাসী ৰাইজো প্ৰস্তুত হেঁপাহৰ ভোগালীক …