চামগুৰিত তীব্ৰ বেগী ৰে’লে মহতিয়াই নিলে এটা বনৰীয়া হাতী
চামগুৰি : ৰেলত খুন্দাত বনৰীয়া হাতীৰ মৃত্যু। চামগুৰিত তীব্ৰ বেগী ৰে’লে মহতিয়াই নিয়ে এটা বনৰীয়া হাতীক। নৱবৰ্ষৰ প্ৰথমটো নিশাই সংঘটিত হয় এই কৰুণ দুর্ঘটনা। অঞ্চলটোত দীর্ঘদিন ধৰি বনৰীয়া হাতীৰ এটা জাক বিচৰণ কৰি আছে। নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ শালনা বনাঞ্চলিক …