বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ চৌহদ ৰঙীন হৈ পৰিছে নানা ৰঙী ফুলেৰে
জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ এদল ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ। বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টাত কৃষি মহাবিদ্যালয়খনৰ চৌহদ ৰঙীন হৈ পৰিছে নানা ৰঙী ফুলেৰে। ফুল বিক্ৰী কৰি পোৱা ধন মহাবিদ্যালয়খনৰ উন্নয়নৰ বাবে খৰচ কৰা হৈছে। বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী …