কোকৰাঝাৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ বৃহৎ ধৰ্ণা কাৰ্যসূচী
কিশোৰ মিশ্ৰা কোকৰাঝাৰ : কোকৰাঝাৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ বৃহৎ ধৰ্ণা কাৰ্যসূচী। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ ঘোষণাৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত কোকৰাঝাৰ, গোসাইগাঁও আৰু পৰ্বতঝোৰা মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কোকৰাঝাৰ জিলাৰ প্রাথমিক শিক্ষা বিষয়াৰ কার্যালয়ৰ সমুখত এক বৃহৎ …