শিৱসাগৰত আছুৰ বিক্ষোভ কাৰ্যসূচী
আমিনুৰ ৰহমানৰ সহযোগত প্ৰীতি পাৰীক শিৱসাগৰ : শিৱসাগৰত আছুৰ বিক্ষোভ কাৰ্যসূচী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো শিৱসাগৰ জিলা আছু কৰ্মীয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত আৰক্ষীৰ আক্ৰমণ আৰু আছু কৰ্মীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আছুৱে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন …