ৰে’লৰ আগত জাপ দি প্ৰেমিক-প্ৰেমিকাৰ আত্মহত্যা

ৰঙিয়া : ৰে’লৰ আগত জাপ দি প্ৰেমিক-প্ৰেমিকাৰ আত্মহত্যা। এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰঙিয়াত। ২০ বছৰীয়া যুৱক আৰু ১৫ বছৰীয়া কিশোৰীয়ে ৰে’লৰ আগত জাপ দি আত্মহত্যা কৰে। স্থানীয় ৰাইজে ৰে’ল লাইনৰ ওপৰত প্ৰত্যক্ষ কৰে প্ৰেমিক-প্ৰেমিকাৰ মৃতদেহ। ৰঙিয়াত সংঘটিত হৈছে এক …

চিৰিয়াখানাৰ জীৱ-জন্তুলৈ ছাণ্টা ক্লজৰ বিশেষ উপহাৰ

ৰূপাংকৰ ভট্টাচাৰ্য গুৱাহাটী : বৰদিন উপলক্ষে বিশ্বজুৰি উখল মাখল পৰিৱেশ। ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে খ্ৰীষ্টান ধৰ্মীয় লোক সকলে উদযাপন কৰিছে বৰদিন। বৰদিন উপলক্ষে সমগ্ৰ বিশ্বৰ লগতে অসমতো গীৰ্জা ঘৰ সমূহত দেখিবলৈ পোৱা গৈছে ৰাইজৰ সমাগম। পবিত্ৰ বৰদিনকলৈ জাতি-ধৰ্ম নিৰ্বিশেষে অসমবাসী ৰাইজৰ …

ক’ভিড সম্পৰ্কীয় নতুন নীতি নিৰ্দেশনা ঘোষণা স্বাস্থ্য বিভাগৰ

গুৱাহাটী : ক’ভিড সম্পৰ্কীয় নতুন নীতি নিৰ্দেশনা ঘোষণা কৰিলে স্বাস্থ্য বিভাগে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে কভিড সম্পৰ্কীয় নতুন নীতি নিৰ্দেশনা। দেওবাৰৰ পৰা পুনৰ ৰাজ্যত বলবৎ কৰা হৈছে সান্ধ্য আইনৰ। মাস্ক পৰিধান কৰা বাধ্যতামূলক। সমগ্ৰ বিশ্বতে এতিয়া ক’ভিডৰ নতুন …

বিশ্বনাথৰ পাভৈ চাহ বাগিচাত সাংসদ পল্লব লোচন দাসৰ চাফাই অভিযান

জোনমণি বেগম বিশ্বনাথ : পুৱাই বিশ্বনাথত এগৰাকী সাংসদৰ হাতত ঝাৰু। পুৱাই বিশ্বনাথৰ পাভৈ চাহ বাগিচাৰ বিভিন্ন স্থানত হাতত ঝাৰু লৈ চাফাই অভিযান চলালে সাংসদ পল্লব লোচন দাসে। তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাসে পুৱাই জন্ম গ্ৰহণ কৰা বিশ্বনাথৰ পাভৈ …

বুলেট থালি খাই বুলেট লাভ কৰাৰ সুযোগ আপোনাৰ সন্মুখত

গুৱাহাটী : আপুনি খাদ্যপ্ৰেমী নেকি ? আপুনি ব্রিয়ানী খাই ভাল পায় নেকি ? আপুনি কিমান ব্রিয়ানী খাব পাৰে ? যদি আপুনি ব্রিয়ানী খাই ভাল পায় আৰু আপুনি যদি বহুত ব্রিয়ানী খাব পাৰে তেন্তে আপোনাৰ বাবে আছে এক বিশেষ সুযোগ। আপুনি …

কৰিমগঞ্জ আৰক্ষীয়ে দাহ কৰিলে ৪৩ কোটি টকা মূল্যৰ ড্ৰাগছ

কৰিমগঞ্জ : কৰিমগঞ্জ আৰক্ষীয়ে দাহ কৰিলে ৪৩ কোটি টকা মূল্যৰ ড্ৰাগছ। কৰিমগঞ্জ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দকৃত ৪৩ কোটি টকা মূল্যৰ ড্ৰাগছ বিনষ্ট কৰা হয়। হেৰ’ইন, ব্ৰাউন ছুগাৰ, গাঞ্জা, নিচাজাতীয় টেবলেট আদি জুইত জ্বলাই বিনষ্ট কৰাৰ লগতে ভাঙি পেলোৱা কেইবা …

নিয়োগ মেলা পতা ইভেন্ট মেনেজমেন্ট কোম্পানীৰ তথ্য ৰাজহুৱা কৰাৰ দাবী অজাপৰ

গুৱাহাটী : নিবনুৱাক চাকৰি দিবলৈ মাতি আনি অপমান কৰা অসম চৰকাৰৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে অসম জাতীয় পৰিষদে। শুকুৰবাৰে সংবাদ মেলৰ আয়োজন কৰি অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে লগতে দক্ষতা …

চিৰিয়াখানাত জিৰাফৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ বনমন্ত্ৰীৰ

গুৱাহাটী : অসম ৰাজ্যিক চিৰিয়াখানাত এটা জিৰাফৰ মৃত্যু। ৰহস্যজনকভাৱে চিৰিয়াখানাত জিৰাফৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। চিৰিয়াখানাৰ কৰ্তৃপক্ষক জিৰাফৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে বনমন্ত্ৰী গৰকীয়ে। বৃহস্পতিবাৰে নিশাৰ ভাগত অসম ৰাজ্যিক চিৰিয়াখানাত ৰহস্যজনকভাৱে মৃত্যু হয় এটা …

চিকিৎসালয়ৰ ভিতৰতে মহিলা কৰ্মচাৰীক ধৰ্ষণৰ চেষ্টা

মাজুলী : চিকিৎসালয়ৰ ভিতৰতে মহিলা কৰ্মচাৰীক ধৰ্ষণৰ চেষ্টাৰ অভিযোগ। মাজুলীত সংঘটিত হৈছে এই ঘটনা। মুখত সোপা দি গড়মূৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে। ছফাই কৰ্মীৰ তৎপৰতাত ৰক্ষা পৰে মহিলা গৰাকী। শুকুৰবাৰে দিন দুপৰতে …

চোৰাং গৰু ভৰ্তি বাহনসহ গ্ৰেপ্তাৰ দুজন

আজিজ আলী মুকালমুৱা : বৃহস্পতিবাৰে অসম বিধনাসভাৰ শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনা গো-সুৰক্ষা সংশোধনী বিধেয়ক গৃহত হয়। দিনৰ ভাগত সদনত গো-সুৰক্ষা বিধেয়ক গৃহত হয় আৰু নিশাৰ ভাগত জব্দ হয় চোৰাং গৰু ভৰ্তি বাহন। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে নিশা তালাচী অভিযান চলাই …