বিশ্বনাথত জব্দ দুখনকৈ গৰু ভৰ্তি কন্টেইনাৰ

জোনমণি বেগম বিশ্বনাথ : ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বেহা। একাংশ গৰু সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে গৰুৰ অবৈধ সৰবৰাহ। ৰাজ্যত গো আইন বলৱৎ হোৱাৰ পিছতো সক্ৰিয় হৈ আছে গো মাফিয়া। গৰু সৰবৰাহৰ বাবে নতুন নতুন কৌশল অৱলম্বন কৰিছে গৰু সৰবৰাহকাৰীয়ে। আৰক্ষীৰ চকুত …

বিশ্বনাথ সদৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলৰ সুৰা

জোনমণি বেগম বিশ্বনাথ : অবৈধ অৰুণাচলৰ সুৰাৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীৰ অভিযান। বিশ্বনাথ সদৰ আৰক্ষী থানাৰ অভিযানত প্ৰায় ২৫ লাখ টকা মূল্যৰ অবৈধ অৰুণাচলৰ সুৰা জব্দ। বৃহৎ পৰিমাণৰ এই অৰুণাচলৰ সুৰাৰ লগতে বিশ্বনাথ সদৰ আৰক্ষীয়ে আটক কৰিলে এজনক। নিশা বিশ্বনাথ সদৰ …

পুনৰ অন্য এজন বিচাৰাধীন কাৰাবন্দীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত

গুৱাহাটী : গুৱাহাটী ভঙাগড়স্থিত অসম মানৱ অধিকাৰ আয়োগৰ উপঞ্জীয়কৰ এক জাননীৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দণ্ডাধীশে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এজন কাৰাবন্দীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। নলবাৰী জিলাৰ টিহু আৰক্ষী থানাৰ অন্তৰ্গত নিজ নিমাতিৰ মুকুন্দ ডেকা নামৰ …

অতি শীঘ্ৰে বিশ্বনাথ ঘাটৰ পৰা উমাটুমণি নদী দ্বীপলৈ ‘ৰোপওৱে’ৰ কাম শুভাৰাম্ভ হ’ব

জোনমণি বেগম  বিশ্বনাথ : অতি শীঘ্ৰে বিশ্বনাথ ঘাটৰ পৰা উমাটুমণি নদী দ্বীপলৈকে প্ৰস্তাৱিত ‘ৰোপওৱে’ৰ নিৰ্মাণৰ কাম শুভাৰাম্ভ হ’ব। অহা ২ জানুৱাৰীত বিশ্বনাথলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।বৃহস্পতিবাৰে বিশ্বনাথত উপস্থিত হৈ বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পিযুষ হ‍জৰিকাই প্ৰস্তাৱিত ‘ৰোপওৱে’ৰ নিৰ্মাণ সন্দৰ্ভত …

৩১ ডিচেম্বৰত সুৰাপান কৰি গাড়ী চলোৱা সকল চৰকাৰৰ আলহী হ’ব

গুৱাহাটী : ৩১ ডিচেম্বৰত সুৰাপান কৰি গাড়ী চলোৱা সকল চৰকাৰৰ আলহী হ’ব। ৰঙাঘৰৰ নহয়, অতিথিশালাৰ আলহী হ’ব লাগিব। নিশাটো অতিথিশালাত থাকিব লাগিব। নতুন বছৰক আদৰণি জনাই ৰাতিপুৱা অতিথিশালাৰ পৰা ঘৰলৈ যাব পাৰিব সুৰাপান কৰি গাড়ী চলোৱা লোকে। ৩১ ডিচেম্বৰত যাতে …

যোৰহাট আৰক্ষীৰ অভিযানত উদ্ধাৰ ২৪ টা কুকুৰ

যোৰহাট : বৰদিনলৈ মাজত মাত্ৰ কেইটামান দিন। বৰদিন উদযাপনকৈ ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি। অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডতো বৰদিন উদযাপনকলৈ তৎপৰ হৈ পৰিছে নাগালেণ্ডবাসী। নাগালেণ্ডত কুকুৰৰ মাংস চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কুকুৰ সৰবৰাহকাৰী সকল অধিক সক্ৰিয় হৈ পৰিছে। অসমৰ কুকুৰ সৰবৰাহকাৰী …

কাম আৰু ডাউক চৰাইসহ বন বিভাগৰ জালত এজন চিকাৰী

ৰূপহীহাট : চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। অভিযানকালত বন বিভাগে উদ্ধাৰ কৰিলে বহু কাম আৰু ডাউক চৰাই। ফান্দ পাতি চৰাই চিকাৰ কৰা এজন চিকাৰী পৰিলে বন বিভাগৰ জালত। শীতৰ আগমনৰ লগে লগে সক্ৰিয় হৈ পাইছে একাংশ চোৰাং চিকাৰী। বিশেষকৈ …

সোণাপুৰ ৰাজহ চক্ৰত চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন উপায়ুক্তৰ

গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই সোণাপুৰ ৰাজহ চক্ৰত চলি থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজ পৰ্যবেক্ষণ কৰে। উপায়ুক্ত গৰাকীয়ে অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাসৰ সৈতে সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়া আৰু অন্যান্য বিষয়া-বৰ্গৰ লগত …

মানকাচৰৰ পুৰাণ দিয়াৰাত বিদ্যুৎ বিজুতিৰ ফলত বিধ্বংসী অগ্নিকাণ্ড

মানকাচৰ : মানকাচৰৰ পুৰাণ দিয়াৰাত বিদ্যুৎ বিজুতিৰ ফলত বিধ্বংসী অগ্নিকাণ্ড। তিনিটাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটাত ৯ টা পৰিয়ালৰ ১৩ টা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত। নগদ ৫ লক্ষা টকাসহ মুঠ ১৫ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন। জুই নিৰ্বাপনত ৰাইজ ব্যৰ্থ হোৱাত অগ্নি নিৰ্বাপক …

প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই যুৱতীৰ ডিঙি ৰেপি হত্যা

গুৱাহাটী : একপক্ষীয় প্ৰেমৰ ভয়ংকৰ পৰিণতি। এজন যুৱকৰ একপক্ষীয় প্ৰেমৰ বাবে প্ৰাণ হেৰুৱালে এগৰাকী যুৱতী। যুৱকজনৰ প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই যুৱতী গৰাকীৰ ডিঙি ৰেপি হত্যা কৰিলে যুৱকজনে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীৰ সাতগাঁৱৰ আমচিং যোৰাবাটত। গুৱাহাটী মহানগৰীত পুনৰ …