মহানগৰীৰ মহাবিদ্যালয় সমূহত ক’ভিডৰ ভয়াবহ সংক্ৰমণ

গুৱাহাটী : মহানগৰীৰ মহাবিদ্যালয় সমূহত ক’ভিডৰ ভয়াবহ সংক্ৰমণ। গুৱাহাটী বিশ্ববিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়ৰ পিছত এইবাৰ দিছপুৰ মহাবিদ্যালয়ত ক’ভিডৰ সংক্ৰমণ। দিছপুৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অধ্যাপক আক্রান্ত হৈছে ক’ভিডত। গুৱাহাটী মহানগৰীৰ দিছপুৰ মহাবিদ্যালয়ত ক’ভিডৰ সংক্ৰমণ। মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু অধ্যাপকৰ …

‘কা’ বাতিলৰ দাবীত ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

নালবাৰী : ৰাজ্যত পুনৰ উমি উমি জ্বলিবলৈ আৰম্ভ কৰিছে ‘কা’ বিৰোধী আন্দোলন। ‘কা’ৰ বিৰোধিতাৰে পুনৰ ৰাজপথ কঁপাই তুলিবলৈ ওলাই আহিছে বিভিন্ন দল-সংগঠন। বিগত দুবছৰ ধৰি বিশ্বব্যাপী ক’ভিড মহামাৰীৰ বাবে স্তব্ধ হৈ পৰা ‘কা বিৰোধী আন্দোলন পুনৰ আৰম্ভ হৈছে। কৃষক আন্দোলনৰ …

গৌৰীপুৰৰ আশাৰীকান্দিৰ পৰা গ্ৰেপ্তাৰ লাট মণ্ডল নুৰুল হক সৰকাৰ

দক্ষিণ শালমাৰা : ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰীকান্দিত খাৰুৱাবান্ধা আৰক্ষীয়ে অভিযান চলাই অৱসৰপ্ৰাপ্ত লাট মণ্ডল গ্ৰেপ্তাৰ।কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছৈবুৰ ৰহমানৰ লগত ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগ গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত লাট মণ্ডলক। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুাৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষীৰ …

হাটশিঙিমাৰীৰ দ্বীপচৰৰ ভাৰত-বাংলাদেশ সীমান্তত চাৰিটা গৰু জব্দ

দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ দ্বীপচৰৰ ভাৰত-বাংলাদেশ সীমান্তত চাৰিটা গৰু জব্দ। মঙলবাৰে পুৱতি নিশা বিএছএফে দ্বীপচৰৰ ভাৰত-বাংলাদেশ সীমান্তত জব্দ কৰে গৰু চাৰিটা। গৰু সৰবৰাহকাৰীৰ দল গৰু এৰি সীমান্ত পৰা আঁতৰি যোৱাত বিএছএফৰ দলটোৱে গৰু সৰবৰাহকাৰীৰ দলটোক আটক …

মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাৰ প্ৰাণ হেৰুৱালে তিনিজন যুৱকে

মৰিগাঁও : মৰিগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা। তিনিজনকৈ যুৱকে হেৰুৱালে প্ৰাণ। দুজনৰ অৱস্থা অতিকৈ সংকটজনক। তীব্ৰ বেগী চাৰিচকীয়া বাহনে বিদ্যুৎ খুটাত খুন্দা মৰাত থিতাতে নিহত হয় দুজন যুৱক। এখন যুৱকৰ মৃত্যু হয় চিকিৎসালয়লৈ নিয়াৰ পথত। সোমবাৰে নিশা প্ৰয়া ১১ বজাত মৰিগাঁৱত …

হাজো আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

হাজো : হাজো আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিছে। হাজো আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। তিনিজনকৈ ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত অভিযান চলাই হাজো আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ী তিনিজনক …

ছুইফট ডিজায়াৰ খুন্দাত নিহত এগৰাকী যুৱতী

বৰপেটা : বৰপেটাত ভয়ংকৰ পথ দুর্ঘটনা। ছুইফট ডিজায়াৰ খুন্দাত নিহত এগৰাকী যুৱতী। স্কুটীৰে বৰপেটাৰ পৰা ঘৰলৈ গৈ থকা যুৱতী গৰাকীক খুন্দা মাৰে তীব্ৰ বেগী ছুইফট ডিজায়াৰ বাহন এখনে। নিহত যুৱতী গৰাকী নাৰ্চিংৰ ছাত্ৰী আছিল। বৰপেটা জিলাৰ বাৰাদিত এক ভয়ংকৰ পথ …

মোনাবাৰী চাহ বাগিচাৰ দুজন লোকৰ ঘৰৰ পৰা জব্দ সুৰা

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথৰ জিলা আৰক্ষীৰ সুৰা বিৰোধী অভিযান। অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বিশ্বনাথ আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সাফল্য। মোনাবাৰী চাহ বাগিচাৰ দুজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সুৰা। আৰক্ষীয়ে প্ৰথমে নাকা তালাচী বহুৱাই এখন …

সুৰাৰ ৰাগীত পিতৃয়ে ১১ বছৰীয়া কন্যাক হত্যা কৰাৰ সন্দেহ

গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ এক নৃশংস হত্যাকাণ্ড। পিতৃয়ে ১১ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ। এই ঘটনা সংঘটিত হৈছে বৰাগাঁৱৰ গোসাইগাঁৱত। ঘটনাস্থলী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কন্যাক হত্যা কৰি পিতৃৰ পলায়ন কৰাৰ সন্দেহ। এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে …

বিচাৰাধীন কাৰাবন্দীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

গুৱাহাটী : বিচাৰাধীন কাৰাবন্দীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ। কেন্দ্ৰীয় কাৰাগাৰৰ এজন কাৰাবন্দীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দণ্ডাধীশে এই নিৰ্দেশ দিছে। কাৰ্যবাহী দণ্ডাধীশক ১৫ দিনৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰো নিৰ্দেশ দিয়া হৈছে …