ভাৰতীয় ষ্টেট বেংকৰ চি এছ পিৰ একাউন্টৰ জৰিয়তে সংগ্ৰহ দাবী কৰা ধন
ৰূপহীহাট : এক চাঞ্চল্যকৰ অপহৰণকাণ্ড। দুজন মিজো লোকক অপহৰণ কৰিলে ভাৰতীয় ষ্টেট বেংকৰ চি এছ পিৰ কৰ্মচাৰীয়ে। ভাৰতীয় ষ্টেট বেংকৰ চি এছ পিৰ কৰ্মচাৰী দুজনে বেংকৰ চি এছ পিৰ একাউন্টৰ জৰিয়তে সংগ্ৰহ কৰিলে দাবী কৰা ধন। এক চাঞ্চল্যকৰ অপহৰণকাণ্ড সংঘটিত …