হাটশিঙিমাৰীত ১২৫০ টা নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ এজন

হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। জিলা সদৰ হাটশিঙিমাৰীৰ সুখচৰ-হাজিৰহাটত শুকুৰবাৰে নিশা আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই ১২৫০ টা নিচাজাতীয় টেবলেটসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইলিয়াচ হুছেইন জানিবলৈ …

কামৰূপ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ভিত্তিত বক্তৃতা প্ৰতিযোগিতা

আমিনগাঁও : কামৰূপ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ভিত্তিত কামৰূপ জিলাৰ ১৮ ৰ পৰা ২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ মাজত এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। গুৱাহাটীৰ বৰিপাৰাস্থিত পশ্চিম গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত কামৰূপ জিলাৰ চৈধ্যটা উন্নয়নখণ্ডৰ পৰা …

গৰু সৰবৰাহকাৰীৰ দলক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা

ধুবুৰী : গৰু সৰবৰাহকাৰীৰ দলক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুজন গৰু সৰবৰাহকাৰী। নদী পথেৰে বাংলাদেশলৈ গৰু নি থকা অৱস্থাত গৰু সৰবৰাহকাৰীৰ দলটোক লক্ষ্য কৰি গুলী চালনা কৰে ধুবুৰী আৰক্ষীয়ে। ধুবুৰী আৰক্ষীয়ে বৃহস্পতিবাৰে গৰু সৰবৰাহকাৰী এটা দলক …

বনৰীয়া হাতীৰ জাকক খেদিবলৈ বন বিভাগে চালনা কৰা গুলীত গুলীবিদ্ধ মাতৃ-কন্যা

বকো : বকোৰ বন্দাপাৰা চেখাদাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। বনৰীয়া হাতীৰ জাকক খেদিবলৈ বন বিভাগে চালনা কৰা গুলীত গুলীবিদ্ধ মাতৃ-কন্যা। কন্যা শিশুটি নিহিত হোৱা বুলি জানিব পৰা গৈছে। নিহত কন্যা শিশুটি ২ বছৰীয়া আৰ্বি দৈমাৰী আহত মহিলা গৰাকীৰ নাম মালবিকা …

অসম আৰক্ষীৰ “ড্রাগছ ফ্রি অসম” নামৰ ‘এপ’ মুকলি

গুৱাহাটী : ড্রাগছৰ পৰা অসমখনক মুক্ত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে “ড্রাগছ ফ্রি অসম” নামেৰে এটা ‘এপ’ মুকলি কৰিছে। এই ‘এপ’ৰ সহায়ত ৰাজ্যৰ জনসাধাৰণে ড্রাগছৰ বিক্ৰী, সৰবৰাহ, মজুতকৰণ, সেৱন আদিৰ বিষয়ে অসম আৰক্ষীক অৱগত কৰিব পাৰিব আৰু আৰক্ষীয়ে এনে তথ্য লাভ …

বনৰীয়া হাতীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত এজন লোক

বকো : ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা পথাৰৰ ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে। বনৰীয়া হাতীৰ জাকৰ পৰা পথাৰৰ ধান ৰক্ষা কৰিবলৈ যোৱা মানুহক বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণ। এফালৰ পৰা মানুহক খেদি খেদি আক্ৰমণ চলালে বনৰীয়া হাতীৰ জাকটো। বনৰীয়া হাতীৰ …

বিশ্বনাথৰ শিৱ মন্দিৰত চোৰৰ চাফাই অভিযান

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথৰ পানী ভঁৰালৰ শিৱ মন্দিৰত নিশা চোৰে চলালে চাফাই অভিযান। মন্দিৰৰ দানপাত্ৰ ভাঙি লক্ষাধিক টকা লুটি নিয়ে চোৰে। কিছুদিন পুর্বে গড়েহাগী গাঁৱৰ শিৱ মন্দিৰত চোৰে চলাইছিল চাফাই অভিযান। বিশ্বনাথত চোৰৰ লক্ষ্য হৈ পৰিছে মন্দিৰ। জিলাখনত বিগত …

কামৰূপ জিলাত ১০ আৰু ১১ ডিচেম্বৰত বিশেষ প্ৰতিষেধক প্ৰদান অভিযান

আমিনগাঁও : দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক ছিটা প্ৰদানৰ লক্ষ্যৰে কামৰূপ জিলাত অহা ১০ আৰু ১১ ডিচেম্বৰত চলিব বিশেষ প্ৰতিষেধক প্ৰদান অভিযান। কামৰূপ জিলাত বৰ্তমানলৈকে ১১,৬৮,৫৪৮ জন লোকক ক’ভিডৰ প্ৰথম পালি আৰু ৭,১৮,৬৭৯ জন লোকক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। …

হাজোত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ অনিৰ্দিষ্ট কাললৈ ধৰ্মঘট

আজিজ আলী হাজো : হাজোত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ অনিৰ্দিষ্ট কাললৈ ধৰ্মঘট। জল সংকটত ভুগিছে হাজোৰ জনসাধাৰণ ৰাইজ। প্ৰাপ্য দৰমহা বিচাৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ অনিৰ্দিষ্ট কাললৈ ধৰ্মঘট। ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলে যোৱা এক ডিচেম্বৰৰ …

শিক্ষক নিযুক্তিৰ দাবীত ছাত্ৰ-ছত্ৰীৰ উত্তাল প্ৰতিবাদ

কলগাছিয়াৰ : কলগাছিয়াৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী বৰ্জন কৰি সাব্যস্ত কৰে প্ৰতিবাদ। শিক্ষক নিযুক্তিৰ দাবীত ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। বিদ্যালয়খনৰ ১৪ জনকৈ শিক্ষক অৱসৰ গ্ৰহণ কৰাৰ পিছত নিযুক্তি হোৱা নাই শিক্ষকৰ। বৰপেটা জিলাৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ।বিদ্যালয়খনত ৫০০ ছাত্ৰ-ছাত্ৰী আছে …