ক্ষেত্ৰীৰ বিজয়পুৰবাসীৰ নিদ্ৰা হৰিছে বনৰীয়া হাতীয়ে
ক্ষেত্ৰী : বনৰীয়া হাতীৰ সন্ত্ৰাসে নিদ্ৰা হৰিছে ক্ষেত্ৰীৰ বিজয়পুৰবাসীৰ। দেওবাৰে নিশাৰ ভাগত বনাঞ্চলৰ পৰা ওলাই অহা চাৰিটাকৈ বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে বিজয়পুৰবাসীৰ। সোমবাৰে পুৱতি নিশা বিজয়পুৰত তাণ্ডৱ চলায় বনৰীয়া হাতী চাৰিটা। ভাঙি লণ্ডভণ্ড কৰে কেইবাজনো লোকৰ ঘৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত …