নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত এগৰাকী যুৱতী
মৰিয়ানি : চাহ বাগিচাত কাম কৰি থকা অৱস্থাতে এগৰাকী যুৱতীক নাহৰফুটুকী বাঘৰ আক্ৰমণ। নাহৰফুটুকী বাঘৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত ৰিজুমনি গগৈ নামৰ যুৱতী গৰাকী। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ। যোৰহাট জিলাৰ মৰিয়ানিত নাহৰফুটুকী বাঘৰ আতংক। মৰিয়নিৰ তিৰুৱালত বাঘৰ আতংক। বাঘৰ আক্ৰমণত আহত …