নতুনকৈ ৪ টা আধাৰ কেন্দ্ৰ মুকলি নাজিৰা মহকুমাত
ভাস্কৰজ্যোতি মহন্ত নাজিৰা : নাজিৰা মহকুমাত আধাৰ ভৰ্তিকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্য শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা মহকুমা প্ৰশাসনৰ তত্বাবধানত অতিৰিক্তভাৱে নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু নাজিৰা-শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয়ত ২ টা কৈ আধাৰ কেন্দ্ৰ ৪ অক্টোবৰ পৰা …