এইবাৰ হৰিণাৰ আক্ৰমণত নিহত এজন বৃদ্ধ

বাক্সা : বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গাঁও সমূহত দিনক দিনে বৃদ্ধি পাইছে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত। বিভিন্ন সময়ত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গাঁও সমূহত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত দেখিবলৈ পোৱা যায় যদিও বিগত কিছুদিন ধৰি বৃদ্ধি পাইছে …

অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত আৰু এজন অভিযুক্ত গ্ৰেপ্তাৰ

গুৱাহাটী : অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত আৰু এজন অভিযুক্ত গ্ৰেপ্তাৰ। গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত অভিযুক্তজনক। গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুশান্ত শৰ্মা নামৰ অভিযুক্ত যুৱকজনক। পল্টন বজাৰ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত যুৱকজনক গতাই দিছে …

অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ ব্ৰহ্মপুত্ৰ নদীত সলিল সমাধি

ধুবুৰী : অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ ব্ৰহ্মপুত্ৰ নদীত সলিল সমাধি। দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ সলিল সমাধি ঘটে। এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই ব্ৰহ্মপুত্ৰ নদীৰ পৰা ছাত্ৰী গৰাকীৰ মৃতদেহ উধাৰ কৰে। ধুবুৰী জিলাৰ ফকিৰগঞ্জ …

লকডাউনত পত্নীৰ সোণ বিক্ৰী কৰি খোৱা পুৰোহিতে জলাকলা খুৱালে স্বাস্থ্য কৰ্মীক

আজিজ আলী মুকালমুৱা : লকডাউনত পত্নীৰ সোণ বিক্ৰী কৰি খোৱা পুৰোহিতে জলাকলা খুৱালে স্বাস্থ্য কৰ্মীক। পুৰোহিতৰ যুক্তি ভগৱানে নিৰ্দেশ দিয়া নাই বাবে পুৰোহিতে ক’ভিড প্ৰতিষেধক নলয়। চক্ৰ বিষয়াৰ বুজনিৰ পিছত পুৰোহিতৰ চৰ্ত মুখ্যমন্ত্ৰী আহিলে ক’ভিড প্ৰতিষেধক ল’ব। অৱশেষত পুৰোহিতজনে প্ৰতিষেধক …

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ড

নালবাৰী : নলবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চৌহদত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চিকিৎসালয়খনৰ “চলিড ৱেষ্ট মেনেজমেন্ট”ৰ গুদামত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দেওবাৰে সন্ধিয়াৰ ভাগত নালবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চৌহদত সংঘটিত …

গড়চুকত ১৬ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ

গুৱাহাটী : গড়চুকত ১৬ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ। এখন ট্ৰাকৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি। জব্দ হেৰ’ইনখিনি অতি উচ্চ মানদণ্ডৰ বুলি আৰক্ষীৰ পৰীক্ষাত ধৰা পৰিছে। ১৬ কোটি টকা মূল্যৰ এই হেৰ’ইনখিনিৰ বজাৰ মূল্য ভেজাল কৰাৰ পিছত আৰু অধিক …

মুকালমুৱাৰ বাকৰিকুছিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত তিনিজন লোক

আজিজ আলী মুকালমুৱা : মুকালমুৱাৰ বাকৰিকুছিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত তিনিজন লোক। মটৰ চাইকেল আৰু চাইকেলৰ মাজত মুখামুখি সংঘর্ষত আহত হয় তিনিজন লোক। আহত তিনিওজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। নলবাৰী জিলাৰ …

নাগালেণ্ডৰ পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ দিশত

নিউজ ডেস্ক : ক্ৰমাৎ অধিক অৱনতি ঘটিছে নাগালেণ্ডৰ পৰিস্থিতিৰ। নাগালেণ্ডৰ পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ দিশত। অসম ৰাইফলছৰ কেম্পত আক্ৰমণ উত্তেজিত ৰাইজৰ। হাতে হাতে বন্দুক লৈ ওলাই আহিছে উত্তেজিত লোক। নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ মন জিলা জ্বলিছে। ২১ পেৰা কামাণ্ডোৰ গুলীত নিৰীহ …

বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু ক’ফ চিৰাপসহ গ্ৰেপ্তাৰ চাৰি

মানকাচৰ : মানকাচৰৰ আছামকাটাত ড্ৰাগছৰ বিৰুদ্ধে কালাপানী আৰক্ষীৰ অভিযান। বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, ক’ফ চিৰাফসহ গ্ৰেপ্তাৰ চাৰি ড্ৰাগছ ব্যৱসায়ী। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান। ১,৪৪০ টা নিচাজাতীয় টেবলেট আৰু ৬০ বটল ক’ফ চিৰাফ জব্দ। দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ মানকাচৰৰ …

কলগাছিয়া সাপ্তাহিক বজাৰৰ ২০ টা দোকান ভস্মীভূত

কলগাছিয়া : কলগাছিয়াত ভয়ংকৰ অগ্নিকাণ্ড। কলগাছিয়া সাপ্তাহিক বজাৰৰ ২০ টাকৈ দোকান ভস্মীভূত অগ্নিকাণ্ডত। বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। প্ৰায় ১ কোটি টকাৰ সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ। শনিবাৰে নিশা কলগাছিয়া সাপ্তাহিক বজাৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত …