মুকালমুৱাৰ কুটনিকুছিত গংগা-যমুনা ৰিজৰ্টৰ উদ্বোধনী
আজিজ আলী মুকালমুৱা : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত জাগৰা মুকালমুৱাৰ মাজমজিয়াত থকা কুটনিকুছিত গংগা-যমুনা ৰিজৰ্টৰ আৰম্ভণি কৰে কাৰিকৰী অভিযন্তা তথা ৰিজৰ্টৰ স্বত্বাধিকাৰী ভূপেন তালুকদাৰে। দুই পুত্ৰ ক্ৰমে ডিম্পুৰাজ তালুকদাৰ আৰু দেৱৰাজ তালুকদাৰৰ পৰিকল্পনাৰে ভূপেন তালুকদাৰে আৰম্ভণি কৰে ৰিজৰ্টখনৰ। ৰিজৰ্টোখনৰ …