চোৰাং গৰু আৰু মাৰুতি ভেনসহ গ্ৰেপ্তাৰ এজন

হাটশিঙিমাৰী : চোৰাং গৰু আৰু মাৰুতি ভেনসহ গ্ৰেপ্তাৰ এজন।হাটশিঙিমাৰীত আৰক্ষীৰ অভিযানত চোৰাং গৰু আৰু মাৰুতি ভেনসহ এজন গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়। মাৰুতি ভেনখনত দুটা গৰু লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৰু সৰবৰাহকাৰীজনক। দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ …

সীমান্ত সুৰক্ষা বাহিনীৰ ড্ৰাগছ বিৰোধী সজাগতা সভা

মুকালমুৱা : সীমান্ত সুৰক্ষা বাহিনীৰ ড্ৰাগছ বিৰোধী সজাগতা সভা। নলবাৰী জিলাৰ মুকালমুৱাত সীমান্ত সুৰক্ষা বাহিনীৰ ড্ৰাগছ বিৰোধী সজাগতা সভা আৰু স্বচ্ছ অভিযান। সীমান্ত সুৰক্ষা বাহিনীৰ ৬৮ নং বেটেলিয়নৰ অধিনায়ক মধুকাৰ অমিতাভৰ নিৰ্দেশত নলবাৰীৰ মুকালমুৱাত ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰা …

অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত অন্য এজন অভিযুক্তক গ্ৰেপ্তাৰ

যোৰহাট : অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত অন্য এজন অভিযুক্তক গ্ৰেপ্তাৰ। যোৰহাটবাসী ৰাইজৰ সহযোগত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত অভিযুক্ত যুৱকজনক। বৰ্তমানলৈকে অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত ১৪ জন অভিযুক্ত গ্ৰেপ্তাৰ। যোৱা ২৯ নৱেম্বৰত যোৰহাট চহৰৰ …

কুখ্যাত অপৰাধী চানফুল আলীৰ নদীৰ পৰি মৃত্যু

খৈৰাবাৰী : কুখ্যাত অপৰাধী চানফুল আলীৰ মৃত্যু। নদীত পৰি মৃত্যুৰ পৰে কুখ্যাত অপৰাধী চানফুল আলী। আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰিবলৈ নদীত জাঁপ দিছিল চানফুল আলী। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাই পুনৰ মৃত্যুৰ মুখত পৰিল এজন কুখ্যাত অপৰাধী চানফুল আলী। এক …

নলবাৰীত এজন যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

আজিজ আলী মুকালমুৱা : নালবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যক ঘটনা। এজন যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি নালবাৰীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মৃত যুৱকজন শিৱসাগৰৰ পৰা ভাতৃৰ বিয়া খাবলৈ নালবাৰী লৈ আহিছিল। নালবাৰী জিলাৰ জানিগোগত বৃহস্পতিবাৰে পুৱাৰ ভাগত এজন যুৱকৰ মৃতদেহ …

চৈবাৰীত পুনৰ পুখুৰীত পৰিল ৬ টাকৈ বনৰীয়া হাতী

গোৱালপাৰা : চৈবাৰীত পুনৰ পুখুৰীত পৰিল ৬ টাকৈ বনৰীয়া হাতী। নিশাৰ ভাগত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতী ৬ টা পুখুৰীত পৰি আবদ্ধ হৈ পৰে। বুধবাৰে নিশাও চৈবাৰীত পুখুৰীত পৰি আবদ্ধ হৈছিল ৫ টাকৈ বনৰীয়া হাতী। পৰৱৰ্তী সময়ত বন …

যুৱ কংগ্ৰেছৰ নতুন কমিটীৰ দায়িত্ব গ্ৰহণ

গুৱাহাটী : বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ যুৱ কংগ্রেছ কমিটীৰ নৱ-নিযুক্ত সভানেত্রী ডঃ অংকিতা দত্ত, কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী আৰু উপ-সভাপতি পৰিতোষ ৰয়ে “জাগ ডেকা তেজ জাগ” শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে সদ্য বিদায়ী সভাপতি কমৰুল ইছলাম চৌধুৰীৰ পৰা প্ৰদেশ যুৱ …

কৰ্ণাটকত দুজন লোকৰ শৰীৰত ধৰা পৰিছে অমিক্ৰন

নিউজ ডেস্ক : ভাৰতত ধৰা পৰিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন। কৰ্ণাটকত দুজন লোকৰ শৰীৰত ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন ধৰা পৰিছে। দক্ষিণ আফ্ৰিকাত প্ৰথমে ধৰা পৰা ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন ইতিমধ্যে বিশ্বৰ ২৯ খন দেশলৈ সংক্ৰমিত হৈছে। অৱশেষত ভাৰতত ধৰা পৰিল …

ব্ৰহ্মপুত্ৰ নদীৰ পৰা উদ্ধাৰ হ’ল সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ

আজিজ আলী মুকালমুৱা : ব্ৰহ্মপুত্ৰ নদীৰ পৰা উদ্ধাৰ হ’ল সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ। ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল যুৱকজন। বুধবাৰে আবেলি সংঘটিত হৈছিল এই ঘটনা। এনডিআৰএফ বাহিনীয়ে অভিযান চলাই ব্ৰহ্মপুত্ৰৰ পৰা উদযাপন কৰে যুৱকজনৰ মৃতদেহ। নলবাৰী জিলাৰ …

পুখুৰীৰ পৰা উদ্ধাৰ হ’ল ৫ টা বনৰীয়া হাতী

গোৱালপাৰা : পুখুৰীৰ পৰা উদ্ধাৰ হ’ল ৫ টা বনৰীয়া হাতী। বন বিভাগে উদ্ধাৰ কৰিলে গোৱালপাৰাৰ লক্ষীপুৰত পুখুৰীত আবদ্ধ হৈ থকা ৫ টা বনৰীয়া হাতীক। জনাঞ্চলৰ পৰা ওলাই অহা ৫ টাকৈ বনৰীয়া হাতী গোৱালপাৰাৰ লক্ষীপুৰৰ চৈবাৰীত পুখুৰীত পৰি আবদ্ধ হৈ আছিল। …