ডকাইতি ঘটনাৰ অনুসন্ধান চলাবলৈ যোৱা আৰক্ষীৰ চকু উঠিল কপালত

নগাঁও : নগাঁৱত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। এই ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীৰে চকু উঠিল কপালত। আৰক্ষীয়ে কল্পনা নকৰা ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষী আচৰিত হৈ পৰে।ডকাইতি ঘটনাৰ অনুসন্ধান চলাবলৈ যোৱা আৰক্ষীয়ে কেঁচু খান্দোতে ওলাই পৰিল সাপ। বুধবাৰে নিশাৰ ভাগত আৰক্ষীৰ …

অ’লা-উবেৰ এৰি পে-ইণ্ডিয়াৰ সৈতে সেৱা আগবঢ়াবলৈ প্ৰস্তুত কেৱ চালক সকল

গুৱাহাটী : সদৌ গুৱাহাটী কেৱ ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেৱ মাজদূৰ সংঘৰ কেৱ চালক সকলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই দুটা সন্থাৰ লগত জড়িত কেৱ চালক সকল অ’লা-উবেৰ এৰি পে-ইণ্ডিয়াৰ সৈতে সেৱা আগবঢ়াবলৈ প্ৰস্তুত হৈছে। সন্থা দুটাৰ কেৱ চালক সকলে অভিযোগ …

নদীত বাগৰি পৰিল যাত্ৰীবাহী বাছ : নিহত ৫ জনকৈ লোক

নিউজ ডেস্ক : এক ভয়ংকৰ পথ দুর্ঘটনা। যাত্ৰীবাহী বাছ বাগৰি পৰিল নদীত। দুৰ্ঘটনাত নিহত ৫ জনকৈ লোক। অহাত ১৬ জনকৈ লোক। উদ্ধাৰ অভিযান অব্যাহত। চুবুৰীয়া ৰাজ্য মেঘালয়ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। এখন যাত্ৰীবাহী বাছ নদীত বাগৰি পৰাত ৫ …

মলদ্বাৰৰ ভিতৰত ৪ টা সোণৰ পেকেট : কেনেকৈ ধৰা পৰিল?

নিউজ ডেস্ক : মলদ্বাৰৰ ভিতৰত ৪ টা সোণৰ পেকেট। কিন্ত কেনেকৈ ধৰা পৰিল মলদ্বাৰৰ ভিতৰত থকা ৪ টা সোণৰ পেকেট ? আচৰিত যেন লাগিলেও, এই ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য মণিপুৰত। ইম্ফল বিমান বন্দৰত এজন লোকৰ মলদ্বাৰৰ পৰা জব্দ হৈছে …

ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা শিশুক জীৱন্তে উদ্ধাৰ

দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত টুমনি শিমলাকান্ধীত বুধবাৰে বিয়লি প্ৰায় ৩ বজাত দুটি কণমানি শিশু ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ দুয়োটি শিশু নদীৰ বুকুত নিখোজ হৈছিল। ইয়াৰ পিছতে স্থানীয় ৰাইজে ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ অভিযান চলাই …

৯৮০০ টা নিচাজাতীয় টেবলেটসহ ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ এজন

মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ কুছনিমাৰা জোৰডাঙা গাঁৱত বুধবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত আৰক্ষী আৰু বিএছএফে এক যৌথ অভিযান চলাই ৯৮০০ টা নিচাজাতীয় টেবলেটসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।এক গোপন খবৰৰ ভিত্তিত মানকাচৰ থানাৰ আৰক্ষীৰ …

কাগজ কলৰ কৰ্মচাৰী সকলক ৫৭০ কোটিৰ সাহায্যৰ ঘোষণা

গুৱাহাটী : দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশত। বন্ধ হৈ থকা কাগজ কলৰ কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ দিশত। অৱশেষত কাগজ কলৰ কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ বাবে আগুৱাই আহিল ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাগজ কলৰ কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ ঘোষণা কৰিলে। …

সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী পাঁচটাকৈ বাওঁপন্থী ৰাজনৈতিক দলৰ

গুৱাহাটী : সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী পাঁচটাকৈ বাওঁপন্থী ৰাজনৈতিক দলৰ। গৰুখুটীত উচ্ছেদ কৰা সকলক পুনৰ সংস্থাপন দিয়া, গৰুখুটীৰ গুলী চালনাৰ ঘটনা উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰা, আহত আৰু নিহত হোৱা সকলক উপযুক্ত ক্ষতিপূৰণ দিয়া লগতে দৰং …

নাজিৰাত “প্ৰতিখন ঘৰ পুষ্টিৰ প্ৰয়োভৰ” শীৰ্ষক পোষণ সজাগতা সভা

ভাস্কৰজ্যোতি মহন্ত নাজিৰা : নাজিৰা মহকুমা অন্তৰ্গত ৰজাপুল ৰঙ্গমঞ্চত নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত “প্ৰতিখন ঘৰ পুষ্টিৰ প্ৰয়োভৰ” শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। পোষণ অভিযানৰ এই সজাগতা সভাৰ লগত সংগতি ৰাখি “আমাৰ খাদ্য আমাৰ স্বাস্থ্য” শীৰ্ষক এখনি …

বিদ্যুৎ কৰ্তনক কেন্দ্ৰ কৰি উত্তাল নগৰবেৰাৰ এখন গাঁও

আব্দুল হক নগৰবেৰা : বিদ্যুৎ কৰ্তনক কেন্দ্ৰ কৰি উত্তাল নগৰবেৰাৰ এখন গাঁও। নগৰবেৰাৰ পাহাৰপাৰা গাঁৱৰ বিদ্যুৎ হঠাৎ কৰ্তন কৰাত ক্ষুন্ন হৈ উঠিছে গাঁওবাসী। পাহাৰপাৰা গাঁৱৰ বিদ্যুৎ কৰ্তন কৰাকলৈ গাঁওবাসীয়ে ৰাজপথত ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বকো বিদ্যুৎ উপ-সংমণ্ডলৰ কৰ্মকাণ্ডত …