যোৰহাটত তিনি যুৱকক গণ প্ৰহাৰ : এজন নিহত
যোৰহাট : যোৰহাট নগৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। যোৰহাট নগৰৰ মাজমজিয়াত তিনিজনকৈ যুৱকক গণ প্ৰহাৰ। সাধাৰণ দুর্ঘটনাক কেন্দ্ৰ কৰি যুৱক তিনিজনৰ ওপৰত আক্ৰমণ চলায় অৰ্ধ শতাধিক লোকে। অৰ্ধ শতাধিক লোকৰ গণ প্ৰহাৰত এজন যুৱক নিহত। দুজন গুৰুত্বৰভাৱে আহত। এক …