পাভৈ ফিছ ফাৰ্মত আশাৰ ৰেঙণী মেলিছে বহু মীণ পালকে

বিশ্বনাথ : মৎস্য পালনৰ ওপৰত বিশেষ প্ৰশিক্ষণ শিবিৰ। পাভৈ ফিছ ফাৰ্মত আশাৰ ৰেঙণী মেলিছে বহু মীণ পালকে। মৎস্য পালনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে বিশ্বনাথৰ এখন ফিছ ফাৰ্ম। এই ফাৰ্মখন বিশ্বনাথৰ পাভৈত অৱস্থিত। বিশ্বনাথৰ পাভৈস্থিত এই ফিছ ফাৰ্মত মৎস্য …

গৰু সৰবৰাহকাৰী খাইৰুল ইছলাম আৰক্ষীৰ গুলীত আহত

কোকৰাঝাৰ : গৰু সৰবৰাহকাৰীৰ ভৰিত আৰক্ষীৰ গুলী। আৰক্ষীৰ গুলীত আহত হ’ল গৰু সৰবৰাহকাৰী খাইৰুল ইছলাম। খাইৰুল ইছলামক লগত লৈ আৰক্ষীয়ে অন্য গৰু সৰবৰাহকাৰীক বিচাৰি অভিযান চলাইছিল। আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে খাইৰুল ইছলামক লক্ষ্য কৰি গুলী চালনা কৰে। …

অসমীয়া ভাষাৰ হৰ্ডিং আঁতৰিল : জ্বলিল প্ৰদীপ দত্ত ৰায়ৰ প্ৰতিমূৰ্তি

জোনমণি বেগম বিশ্বনাথ : অসমীয়া ভাষাৰ হৰ্ডিং আঁতৰাবলৈ প্ৰদীপ দত্ত ৰায়ে ৪৮ ঘণ্টাৰ সময় দিছিল। ২৪ ঘণ্টাতে আঁতৰিল অসমীয়া ভাষাৰ হৰ্ডিং। ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অসমীয়া ভাষাৰ হৰ্ডিং আঁতৰাবলৈ ৪৮ ঘণ্টাৰ সময় বান্ধি দিয়া প্ৰদীপ দত্ত ৰায়ৰ …

আইএছবিটিত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

গুৱাহাটী : আইএছবিটিত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষীৰ অভিযানত জব্দ ১০ পেকেট হেৰ’ইন। গ্ৰেপ্তাৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী। মণিপুৰৰ পৰা অনা হৈছিল হেৰ’ইনখিনি। কিছুদিন পূৰ্বেও আইএছবিটিৰ পৰা আৰক্ষীয়ে প্ৰায় ২ কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ কৰিছিল। আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ …

সংসদত কৃষি আইন বাতিলৰ দাবীত মুকালমুৱাত প্ৰতিবাদ

আজিজ আলী মুকালমুৱা : সংসদত কৃষি আইন বাতিলৰ দাবীত মুকালমুৱাত প্ৰতিবাদ। মুকালমুৱাত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত সাব্যস্ত কৰা হয় প্ৰতিবাদ। কৃষক বিৰোধী কৃষি আইন সংসদত প্ৰত্যাহাৰ আৰু শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিলৰ দাবীত প্ৰতিবাদী সমদল। প্ৰধানমন্ত্ৰী …

মুকলি আকাশৰ তলত কণ কণ শিশু লৈ উচ্ছেদিত সকল

হোজাই : মুকলি আকাশৰ তলত কণ কণ শিশু লৈ উচ্ছেদিত সকল। পুনৰ সংস্থাপনৰ আশ্বাস দিয়া হৈছিল যদিও শীতৰ নিশা মুকলি আকাশৰ তলত কণ কণ শিশুসহ উচ্ছেদিত লোক সকল হাহাকাৰ কৰিব লগীয়া হৈছে। প্ৰশাসনে কেৱল লামডিঙ বনাঞ্চলৰ পৰা ২০৪ টা পৰিয়ালক …

জিবিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ

আজিজ আলী মুকালমুৱা : বৰক্ষেত্ৰীৰ জিবিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত জিবিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত একাদশ শ্ৰেণীৰ কলা শাখাৰ পাঠদান বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা হয়। কিছুদিন পূৰ্বে অসম চৰকাৰে জিবিএল উচ্চ মাধ্যমিক বিদ্যালয়খনক …

অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত যুৱক-যুৱতীক আটক

কলগাছিয়া : কলগাছিয়াৰ সৰিয়াতপুৰ ৰয়েল ৰেষ্টুৰেণ্ট হোটেলত দেহ ব্যৱসায় চলাৰ অভিযোগ একাংশ ৰাইজৰ। হোটেলখনত একাংশ ৰাইজে দেহ ব্যৱসায় চলাৰ অভিযোগক নস্যাৎ কৰিছে হোটেলখনৰ মালিক আৰু আন একাংশ ৰাইজে। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সৰিয়াতপুৰৰ ৰয়েল ৰেষ্টুৰেণ্ট হোটেলত বুধবাৰে সন্ধিয়াৰ ভাগত সৃষ্টি …

কেঁচুৱা লৈ মছজিদৰ চাদৰ পৰা জপিয়াই মহিলাৰ আত্মহত্যাৰ চেষ্টা

মৰিগাঁও : কেঁচুৱা লৈ মছজিদৰ চাদৰ ওপৰত উঠিল এগৰাকী মহিলা। হাতত কেঁচুৱা লৈ মছজিদৰ চাদৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা মহিলা গৰাকীৰ। ন্যায় বিচাৰি মহিলা গৰাকীয়ে কাষ চাপিছিল আৰক্ষীৰ। কিন্ত আৰক্ষীৰ ফালৰ কোনো ধৰণৰ সঁহাৰি নাপাই মহিলা গৰকীয়ে এই পদক্ষেপ গ্ৰহণ …

অন্য এজন ইংৰাজী ছাৰৰ অশ্লীল অডিঅ’ ভাইৰেল

গোসাঁইগাঁও : অন্য এজন ইংৰাজী ছাৰৰ অশ্লীল অডিঅ’ ভাইৰেল। এইবাৰ গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপকৰ ছাত্ৰীক অশ্লীল প্ৰস্তাৱ। গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপকে এগৰাকী ছত্ৰীক অশ্লীল প্ৰভাৱ দিয়াৰ অডিঅ’ ভাইৰেল হৈছে। বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী ছাৰ আফতাফিজুল …