দুই কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ
গুৱাহাটী : দুই কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ। মহানগৰীত আৰক্ষীয়ে পুনৰ জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। আইএছবিটিৰ পৰা আৰক্ষীয়ে জব্দ কৰে নিচাজাতীয় টেবলেটখিনি। মহানগৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি পুনৰ এক বৃহৎ সাফল্য লাভ কৰিছে। এক গোপন …