মিঠাতেল চোৰ ৰাজু দাসক অৱশেষত আটক কৰিলে ৰাইজে
হোজাই : হোজাইৰ মিঠাতেল চোৰ ৰাজু দাস জালত পৰিল। অৱশেষত ৰাইজে জালত পেলাবলৈ সক্ষম হল মিঠাতেল চোৰ ৰাজু দাসক। চুৰি কৰি অনা মিঠাতেল বিক্ৰীৰ বাবে নি থকা অৱস্থাত হাতে লোতে ৰাইজে আটক কৰিলে মিঠাতেল ৰাজু দাসক। দীর্ঘদিন ধৰি হোজাইৰ বিভিন্ন …