বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজ প্ৰেক্ষাগৃহত ৬০ সংখ্যক শিক্ষক দিৱস উদযাপন
জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজ প্ৰেক্ষাগৃহত দেওবাৰে উদযাপন কৰা হয় ৬০ সংখ্যক শিক্ষক দিৱস। বিশ্বনাথ জিলা প্ৰশাসন তথা শিক্ষা বিভাগৰ উদ্যোগত আৰু জিলাখনৰ সমূহ শিক্ষক সংগঠনৰ সহযোগত অনুষ্ঠিত কৰা এই ৬০ সংখ্যক শিক্ষক দিৱসৰ অনুষ্ঠানত জিলাখনৰ বহু …