আদিবাসী জনগোষ্ঠীক চাহ জনগোষ্ঠীলৈ ৰূপান্তৰ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ
জোনমণি বেগম বিশ্বনাথ : আদিবাসী জনগোষ্ঠীক চাহ জনগোষ্ঠীলৈ ৰূপান্তৰ কৰা এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। এই ষড়যন্ত্ৰক ওফৰাই পেলাবলৈ সন্মিলিতভাৱে প্ৰচেষ্টা চলাব আদিবাসী জনগোষ্ঠীয়ে। আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ আঞ্চলিক সমিতিয়ে এক সংবাদ মেলৰ আয়োজন কৰি হুংকাৰ দিয়ে। বিশ্বনাথ চাৰিআলিৰ …