দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিলে ৰাইজে
আজিজ আলী মুকালমুৱা : দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিলে ৰাইজে। বাইকত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা ড্ৰাগছ সৰবৰাহকাৰী দুজনক ৰাইজে খেদি খেদি আটক কৰে। জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ। ড্ৰাগছমুক্ত সমাজ গঢ় দিয়াৰ বাবে আৰক্ষীৰ লগতে ৰাইজেও কঁকালত …