ভেকচিনৰ টকা কৰ পৰা আহিছে ? উত্তৰ দিলে ৰাজ্যিক পেট্ৰ’লিয়াম মন্ত্ৰীয়ে
গুৱাহাটী : দেশবাসীক চৰকাৰে বিনামূলীয়া ক’ভিড ভেকচিন দিয়াৰ প্রচাৰ চলাই থকাটো মিছা। চৰকাৰে দেশবাসীক বিনামূলীয়া ক’ভিড ভেকচিন দিয়া নাই। আচলতে পেট্ৰ’লৰ টেক্সৰ টকাৰেহে চৰকাৰে দেশবাসীক ক’ভিডৰ ভেকচিন দিছে। এই কথা বিৰোধী দলৰ কোনো নেতাৰ নহয়, এই কথা জানিবলৈ দিছে কেন্দ্ৰীয় …