বাল্য বিবাহ সম্পন্ন কৰিবলৈ অহা কাজী কালাপানী আৰক্ষীৰ জালত
মানকাচৰ : বাল্যবিবাহ সম্পন্ন কৰিবলৈ অহা কাজী আৰক্ষীৰ জালত। দৰা-কন্যাকো আটক কৰিছে আৰক্ষীয়ে। নাবালিক দৰা আৰু নাবালিকা কন্যাৰ অভিভাৱক পলাতক। মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ বাংটিমাৰীত কালাপানী আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছিল। যি সময়ত চৰকাৰ তথা বিভিন্ন দল-সংগঠন আৰু বেচৰকাৰী সন্থাই …