তিনি দিনৰ ভিতৰত চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ
হাটশিঙিমাৰী : হাটশিঙিমাৰীৰ মাতিনেৰ চৰত দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। জিলা প্ৰশাসনৰ বিৰুদ্ধে বেদখলকাৰীৰ প্ৰতিবাদ। উচ্ছেদৰ পূৰ্বে চৰকাৰে অবন্টন দিয়া ভূমি ভূমিহীন লোকক চমজাই দিয়াৰ দাবী। বেদখলকাৰীক জিলা প্ৰশাসনৰ তিনি দিনৰ সময় প্ৰদান কৰি স্থগিত উচ্ছেদ অভিযান। তিনি দিনত …