গৰু সৰবৰাহৰ লগত জড়িত প্ৰাক্তন গৃহৰক্ষী জোৱান মইনুল হক
মানকাচৰ : গৰু সৰবৰাহৰ লগত জড়িত প্ৰাক্তন গৃহৰক্ষী জোৱান গ্ৰেপ্তাৰ। গৰু সৰবৰাহকাৰীক আৰক্ষীৰ প্ৰতিটো অভিযানৰ খবৰ দিছিল গৃহৰক্ষী জোৱানজনে। আৰক্ষীৰ অভিযানৰ খবৰ গৃহৰক্ষী জোৱানজনৰ দ্বাৰা পূৰ্বাই লাভ কৰিছিল গৰু সৰবৰাহকাৰীয়ে। আৰক্ষীয়ে জব্দ কৰা এখন নাওঁ বিক্ৰী কৰাৰো অভিযোগ আছে এইজন …