অসম-মিজোৰাম সীমান্তৰ শ্বহীদ আৰক্ষী জোৱানৰ পৰিয়াললৈ ৫০ লাখ টকা
শিলচৰ : অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা প্ৰতি গৰাকী আৰক্ষী জোৱানৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰ্থিক সাহায্য ঘোষণা। মিজো আৰক্ষীৰ গুলীত শ্বহীদ হোৱা প্ৰতি গৰাকী আৰক্ষীৰ পৰিয়ালক ৫০ লাখ টকা আৰ্থিক সাহায্য প্রদান কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰতিজন শ্বহীদ …