চিআৰপিএফ জোৱানৰ ঘৰত চলিল চোৰৰ চাফাই অভিযান

আজিজ আলী মুকালমুৱা ১০ জুলাই মুকালমুৱাৰ বৰতলাত চি আৰ পি এফ জোৱানৰ ঘৰত চোৰে চলালে চাফাই অভিযান। চোৰে লুটি নিলে বহু মূল্যবান সামগ্ৰীসহ নগদ ধন। মুকালমুৱাৰ আৰক্ষীৰ নাকৰ তলতে চোৰে চিআৰপিএফ জোৱানৰ ঘৰত চলালে চাফাই অভিযান। যি সময়ত অসম আৰক্ষী …

মহানগৰীৰ যোৰাবাটত প্ৰায় ২ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ

গুৱাহাটী  ১০ জুলাই যোৰাবাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সাফল্য। যোৰাবাটত প্ৰায় ২ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিলে যোৰাবাট আৰক্ষীয়ে। তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী জালত পৰিছে যোৰাবাট আৰক্ষীৰ। গুৱাহাটীৰ পৰা ট্ৰাকযোগে নি থকা অৱস্থাত যোৰাবাট আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি। অসম …

পদ্মশ্রী ড° বীৰুবালা ৰাভাৰ গােৱালপাৰাস্থিত বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী

গোৱালপাৰা ১০ জুলাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গােৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰবিলা গাঁওস্থিত বিশিষ্ট সমাজকর্মী, অন্ধবিশ্বাস বিৰােধী যুঁজৰ অক্লান্ত সৈনিক পদ্মশ্রী ড° বীৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়। সম্প্রতি শাৰীৰিকভাৱে অসুস্থ হৈ থকা সংগ্রামী মহিলাগৰাকীৰ …

আৰক্ষী নিৱেশত মহিলা আচামীৰ চিপলৈ আত্মহত্যাৰ চেষ্টা

নুৰুদ্দিন বিলাসীপাৰা ১০ জুন বিলাসীপাৰা আৰক্ষী নিৱেশত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন। আৰক্ষী নিৱেশৰ শৌচালয়ৰ ভিৰৰত এগৰাকী মহিলা আচামীয়ে চিপলৈ আত্মহত্যাৰ চেষ্টা চলায়। আৰক্ষীৰ দুৰ্বলতাৰ ফলতে এনে ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে। ঘটনাক কেন্দ্ৰ কৰি বিলাসীপাৰাত সৃষ্টি হৈছে …

ৰিলায়েন্স ৰিটেইল জিঅ’মাৰ্ট পাৰ্টনা এপ্পৰ আৰম্ভণি

গুৱাহাটী ১০ জুলাই ৰিলায়েন্স ৰিটেইলে ইয়াৰ জিঅ’মাৰ্ট পাৰ্টনাৰ এপ্প আৰু জিঅ’স্মাৰ্ট কিৰানা কাৰ্যসূচীৰ বাবে এক নতুন প্ৰচাৰ কাৰ্যসূচীৰ জৰিয়তে গুৱাহাটীৰ ব্যৱসায়ী আৰু কিৰানাসকলৰ বাবে ইয়াৰ নতুন বাণিজ্য উদ্যোগৰ আৰম্ভণি ত্বৰান্বিত কৰিছে। এই কাৰ্যসূচীয়ে ভাৰতৰ বাণিজ্য আৰু খুচুৰা পিৰামিডৰ তলত ব্যৱসায়ী …

আৰক্ষীৰ সন্মুখত পাকিস্তান জিন্দাবাদ, নৰেন্দ্ৰ মোদী মূর্দাবাদ ধ্বনি

জোনমণি বেগম বিশ্বনাথ ৯ জুলাই বিশ্বনাথত আইন নমনা এজন যুৱকৰ উদ্ভণ্ডালিয়ে আচৰিত কৰি তোলে সকলোকে। আৰক্ষীৰ সন্মুখতে আইন নমনা যুৱকজনে দিয়ে পাকিস্তান জিন্দাবাদ, নৰেন্দ্ৰ মোদী মূর্দাবাদ ধ্বনি। বিশ্বনাথ চাৰিআলি পুলিচ পইন্টত আৰক্ষীৰ সৈতে বাক যুদ্ধত মিলিত হয় বিশ্বনাথৰ দেৱজিৎ দাস …

ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হ’ল বৰতলাৰ কন্দৰ্প ডেকাৰ মৃতদেহ

আজিজ আলী নলবাৰী ৯ জুলাই অৱশেষত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হ’ল বৰতলাৰ কন্দৰ্প ডেকাৰ মৃতদেহ। বৃহস্পতিবাৰে নলবাৰী জিলাৰ মুকালমুৱাৰ অন্তৰ্গত বৰতলাৰ কন্দৰ্প ডেকা নামৰ যুৱকজন নাওঁ দুৰ্ঘটনাত সন্ধানহীন হৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত। এছডিআৰএফ বাহিনীৰ দলে ব্ৰহ্মপুত্ৰত অভিযান চলাই উদ্ধাৰ কৰে কন্দৰ্প ডেকাৰ …

গাহৰিৰ মৃত্যুৰ বাবে দৰং জিলাৰ তিনিটাকৈ অঞ্চল কন্টেইনমেণ্ট জ’ন ঘোষণা

দৰং ৯ জুলাই দৰং জিলাৰ তিনিটাকৈ অঞ্চল কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা। ক’ভিড সংক্ৰমণ বৃদ্ধিৰ বাবে নহয় গাহৰিৰ মৃত্যুৰ বাবে দৰংৰ তিনিটাকৈ অঞ্চলক কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে প্ৰশাসনে। দৰংৰ বৰমপুৰ, অকলিবাৰী আৰু বাহজনী কন্টেইনমেণ্ট জ’ন ঘোষণা। ৰাজ্যত ক’ভিডৰ দ্বিতীয়টো ঢৌৰ …

ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই গ’ল বৰত’লাৰ কন্দৰ্প ডেকা নামৰ এজন যুৱক

আজিজ আলী নলবাৰী ৮ জুলাই ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই গ’ল বৰত’লাৰ কন্দৰ্প ডেকা। ব্ৰহ্মপুত্ৰৰ চৰত ঘাঁহ কাটিবলৈ গৈ উভতি নাহিল কন্দৰ্প ডেকা। নদীৰ পাৰ পোৱাৰ পূৰ্বেই ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গল কন্দৰ্প ডেকাৰ ঘাঁহ ভৰ্তি নাওঁ। চকুৰ পলকতে ব্ৰহ্মপুত্ৰৰ কোৱাল সোতে উটুৱাই …

বিগত তিনিদিন অন্ধকাৰত ডুবি আছে ভেল্লাৰ খন্দকাৰপাৰা গাঁও

আজিজুল হক বৰপেটা ৮ জুলাই বৰপেটাৰ ভেল্লাত তিনিদিন ধৰি বিকল বিদ্যুৎ ট্ৰান্সফৰমাৰ। খবৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ভেল্লাৰ খন্দকাৰপাৰাত ট্ৰান্সফৰমাৰ বিকল হৈ পৰাত বিগত তিনিদিনে গাঁওখনত নাই বিজুলী। অন্ধকাৰত ডুবিছে সমগ্ৰ গাঁওখন। বিদ্যুৎ নথকাৰ ফলত ব্যাপক অসুবিধাৰ সৃষ্টি ৰাইজৰ। বৰপেটা জিলাৰ …