বিজেপি কৰ্মীয়ে অগপৰ পঞ্চায়ত প্ৰতিনিধিক ব্লেক মেইলিংগ কৰাৰ অভিযোগ

অলি উল্লাহ খান লাহৰীঘাট ৫ জুলাই মৰিগাঁও জিলাৰ লাহৰীঘাটত বিজেপি কৰ্মীয়ে অগপৰ পঞ্চায়ত প্ৰতিনিধিক ব্লেক মেইলিংগ কৰাৰ অভিযোগ। জেহিৰুল ইছলাম নামৰ এজন বিজেপি কৰ্মীৰ বিৰুদ্ধে নগাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী লিলুফা খাতুক ভয়, ভ‍বুকী দেখুৱাই ব্লেক মেইলিংগ কৰি বৃহৎ অংকৰ ধনদাবী …

দুই ডকাইতৰ খবৰ দিয়ক আৰু আৰক্ষীৰ পৰা পুৰস্কাৰ লাভ কৰক

শিলচৰ ৪ জুলাই কাছাৰ আৰক্ষীক লাগে দুজন ডকাইতৰ তথ্য। দুই ডকাইতৰ বিষয়ে তথ্য যোগান ধৰিব পৰা ব্যক্তিক পুৰস্কৃত কৰিব কাছাৰ আৰক্ষীয়ে। দুই ডকাইতক আটক কৰাৰ বাবে কাছাৰ আৰক্ষীয়ে বিচাৰিছে ৰাইজৰ সহায়। কাছাৰ আৰক্ষীৰ টুইটাৰত ইতিমধ্যে দুই ডকাইতিৰ ছবি প্ৰকাশ কৰা …

মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰিলে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান

ডিব্ৰুগড় ৩ জুলাই পৰিৱেশ আৰু বন মন্ত্ৰী, পৰিমল শুক্লবৈদ্যই শনিবাৰে আনুষ্ঠানিকভাৱে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ উদ্বোধন কৰে। জয়পুৰ ফৰেষ্ট আই বিত ৰাজ্যৰ সপ্তম ৰাষ্ট্ৰীয় উদ্যান হিচাপে দিহিং পাটকাইৰ উদ্বোধন কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ লগতে …

নগাঁও জিলা প্ৰশাসনৰ বিষয়া সকলৰ লগত পৰ্যালোচনা সভাত মিলিত মন্ত্ৰী পীযুষ হাজৰীকা

নগাঁও ৩ জুলাই শনিবাৰে নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই জিলাখনৰ উপায়ুক্ত কবিতা পদ্মনাভন আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া …

সমষ্টিৰ ঐতিহাসিক স্থান তথা কৃৰ্তীচিহ্ন পৰিদৰ্শন কৰিলে অখিল গগৈয়ে

আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৩ জুলাই শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে শনিবাৰে পুৱাই পৰিদৰ্শন কৰে সমষ্টিটোৰ বহু কেইটা ঐতিহাসিক স্থান তথা কৃৰ্তীচিহ্ন। শিৱসাগৰৰ বিধায়ক গৰাকীয়ে পৰিদৰ্শন কৰে ঐতিহাসিক জয়সাগৰ পুখুৰী। জয়সাগৰ পুখুৰীৰ পাৰত উপস্থিত হৈ তাত থকা …

জকাই সংৰক্ষিত বনাঞ্চলৰ সংৰক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ডিব্ৰুগড় ৩ জুলাই শনিবাৰে ডিব্ৰুগড় জিলাত পৰিৱেশ ও বন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই তেওঁৰ অধীনৰ তিনিটা বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। পৰিৱেশ আৰু বন বিভাগৰ কাৰ্যসমূহৰ বিষয়ে বুজ লৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পূৰ্বীয় মণ্ডলৰ প্ৰধান বন সংৰক্ষক, …

মাজুলীত আৰক্ষীৰ ওপৰত দাৰে আক্ৰমণ কৰিলে এজন লোকে

মাজুলী ৩ জুলাই নদী দ্বীপ মাজুলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মাজুলীত আৰক্ষীৰ ওপৰত আক্ৰমণ চলালে এজন লোকে। বাবুল হাজৰিকা নামৰ এজন লোকে দাৰে আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাত গুৰুত্বৰভাৱে আহত হয় চাৰিজনকৈ আৰক্ষীৰ লোক। মাজুলীৰ দেওদিয়াতি গাঁৱত সংঘটিত হৈছে আৰক্ষীৰ …

অসম আৰক্ষীৰ গুলীত নিহত অজিত দাস অপহৰণ কাণ্ডৰ মূল অভিযুক্ত

গুৱাহাটী ৩ জুলাই অসম আৰক্ষীৰ গুলী নিহত হল অজিত দাস অপহৰণ কাণ্ডৰ মূল অভিযুক্ত। আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি আৰক্ষীৰ ওপৰত গুলী চালনাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলীয়াই আহত কৰে অজিত দাস অপহৰণ কাণ্ডৰ মূল অভিযুক্ত জনক। চিকিৎসালৈ নিয়াৰ পথত মৃত্যুৰ মুখত পৰে …

অসম-অৰুণাচল সীমান্তৰ উত্তেজনা শান্ত কৰিবলৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ভ্ৰমণ

ধেমাজি  ২ জুলাই অসম আৰু অৰুণাচলৰ সীমা সম্পৰ্কীয় বিবাদৰ পৰা সীমান্তবৰ্তী জয়ৰামপুৰ-চিলনীবস্তি অঞ্চলজুৰি উত্তেজনা সৃষ্টি হোৱা ঘটনাক্ৰমৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিস্থিতি শান্ত কৰি স্বাভাৱিক অৱস্থা ঘুৰাই অনাৰ উদ্দেশ্যে ঘটনাস্থলীত উপস্থিত হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত …

ঘৰৰ মজিয়াৰ গোপন কক্ষৰ পৰা ওলাল বৃহৎ পৰিমাণৰ গাঞ্জা

জোনমণি বেগম বিশ্বনাথ ২ জুলাই বিশ্বনাথ আৰক্ষীয়ে পুনৰ লাভ কৰিলে এক বৃহৎ সাফল্য। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বিশ্বনাথ আৰক্ষীয়ে লাভ কৰিলে এই সাফল্য। বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক কৰিলে এজন গাঞ্জা সৰবৰাহকাৰীক। কিছুদিন পূৰ্বে বিশ্বনাথ আৰক্ষীয়ে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ …