প্ৰধানমন্ত্ৰী যিমানেই অসমলৈ আহিব, সিমানেই কংগ্ৰেছৰ বাবে ভাল হ’ব: ভূপেন বৰা
জোনমনি বেগম বিশ্বনাথৰ ২১ ফেব্ৰুৱাৰী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিমানেই অসমলৈ আহিব, সিমানেই কংগ্ৰেছৰ বাবে ভাল হ’ব। কাৰন প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৬ চনত বিশ্বনাথৰ এখন নিৰ্বাচনী সভাত কৈছিল যে দুই কোটি নিবনুৱাক কৰ্ম সংস্থাপন দিব আৰু প্ৰতিজন লোকক পোন্ধৰ লাখকৈ টকা …